Bank Holiday : ৰাজ্যত অক্টোবৰ মাহত ১৩ দিন বন্ধ থাকিব বেংক

Share This Article

অক্টোবৰ মাহত বেংকত কিবা জৰুৰী কাম কৰিম বুলি ভাৱিছে নেকি? যদি ভাৱিছে তেন্তে সোনকালেই সমাধা কৰক। কাৰণ দেশত অক্টোবৰ মাহত ২১ দিন বন্ধ থাকিব বেংক। অৱশ্যে ৰাজ্য অনুযায়ী বেংকৰ বন্ধৰ সূচী বেলেগে বেলেগ। আগন্তুক অক্টোবৰ মাহত অসমত ১৩ দিন বন্ধ থাকিব বেংক। ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা বন্ধৰ সূচী অনুসৰি সমগ্ৰ দেশত মুঠ ২১ দিন বেংক বন্ধ থাকিব অক্টোবৰ মাহত। ইয়াৰ ভিতৰত আছে ৫ টা দেওবাৰ আৰু এদিন দ্বিতীয় শনিবাৰ(2nd Saturday) তথা এদিন চতুৰ্থ শনিবাৰ(4th Saturday)। ইয়াৰ উপৰি শাৰদীয় পূজাৰ লগতে ১৪ দিন ভিন্ন বন্ধ আছে অক্টোবৰ মাহত।

🔴 অক্টোবৰ মাহত কোনকেইটা দিনত বেংক বন্ধ থাকিব-
১) অক্টোবৰ ১ – বেংক একাউণ্টৰ ছয়মাহিলী ক্লোজিং (Gangtok)
২) অক্টোবৰ ২ – গান্ধী জয়ন্তী (All States)
৩) অক্টোবৰ ৩ – দেওবাৰ
৪) অক্টোবৰ ৬ – মহালয়া (Agartala, Bengaluru, Kolkata)
৫) অক্টোবৰ ৭ – ৰাজ্যিক বন্ধ, মণিপুৰ (Mera Chaoren Houba of Lainingthou Sanamahi)
৬) অক্টোবৰ ৯ – দ্বিতীয় শনিবাৰ
৭) অক্টোবৰ ১০ – দেওবাৰ
৮) অক্টোবৰ ১২ – দুৰ্গা পূজা, সপ্তমী (Agartala & Kolkata)
৯) অক্টোবৰ ১৩ – দুৰ্গা পূজা, অষ্টমী (Agartala, Bhubaneswar, Gangtok, Guwahati, Imphal, Kolkata, Patna, Ranchi)
১০) অক্টোবৰ ১৪ – দুৰ্গা পূজা, নৱমী (Agartala, Bengaluru, Chennai, Gangtok, Guwahati, Kanpur, Kochi, Kolkata, Lucknow, Patna, Ranchi, Shillong, Srinagar, Thiruvananthapuram)
১১) অক্টোবৰ ১৫ – দুৰ্গা পূজা, দশমী (Imphal and Shimlaক বাদ দি)
১২) অক্টোবৰ ১৬ – দুৰ্গা পূজা, (দাশাই /Gangtok)
১৩) অক্টোবৰ ১৭ – দেওবাৰ
১৪) অক্টোবৰ ১৮ – কাতি বিহু (অসম)
১৫) অক্টোবৰ ১৯ – ঈদ-এ-মিলাদ (গুৱাহাটীত খোলা) (Id-E-Milad/Eid-e-Miladunnabi/Milad-i-Sherif) (Prophet Mohammad’s Birthday) Baravafat (Ahmedabad, Belapur, Bhopal, Chennai, Dehradun, Hyderabad, Imphal, Jammu, Kanpur, Kochi, Lucknow, Mumbai, Nagpur, New Delhi, Raipur, Ranchi, Srinagar, Thiruvananthapuram)

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.