মাহ ছেপ্টেম্বৰ 2021

কি কি আছে নতুন SOPত?

◆ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। ◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা…

দোহাত প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হ’ল ভাৰত চৰকাৰ আৰু তালিবান

মঙলবাৰে প্ৰথমখন আনুষ্ঠানিক বৈঠকত মিলিত হয় ভাৰত চৰকাৰ আৰু তালিবান। ইতিমধ্যেই কাটাৰত ভাৰতৰ ৰাষ্ট্ৰদূত দীপক মিত্তাল আৰু তালিবান নেতা শ্বেৰ মহম্মদ আব্বাছ ষ্টানেকজাইৰ মাজত প্ৰথম লানি আলোচনা সম্পন্ন হৈছে। প্ৰাপ্ত খবৰ অনুসৰি মিত্তাল আৰু শ্বেৰ মহম্মদৰ মাজত তালিবানৰ উদ্যোগত বৈঠক…

মানৱীয়তাৰ চূড়ান্ত স্খলনঃ তালিবানে হেলিকপ্টাৰত ওলোমাই লৈ ফুৰিছে মৃতদেহ

সোমবাৰে আমেৰিকান সেনাই আফগানিস্তান ত্যাগ কৰাৰ পিছতে কান্দাহাৰৰ আকাশৰ এটা দৃশ্যই এতিয়া বুকু কঁপাই তুলিছে আফগানী জনতাৰ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিঅ’ত দেখা গৈছে যে আমেৰিকান সেনাৰ এখন ব্লেক হক হেলিকপ্টাৰে এজন লোকৰ মৃতদেহ ওলোমাই আকাশত ঘূৰি ফুৰিছে৷…

ভাৰতে আফগানিস্তানৰ পৰা ঘূৰাই আনিলে কিন্তু আমেৰিকাই নানিলেঃ কিহৰ বাবে সমালোচনাৰ সন্মুখীন হৈছে আমেৰিকা?

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইতিমধ্যেই আফগানিস্তান ত্যাগ কৰিছে। প্ৰাপ্ত খবৰ অনুসৰি আমেৰিকাই আফগানিস্তানত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক বাহন এৰি থৈ গৈছে। শেহতীয়া খবৰটো হ’ল যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বহুসংখ্যক সামৰিক সেৱাৰ কুকুৰো(ছাৰ্ভিছ ডগ) আফগানিস্তানত এৰি থৈ গৈছে। যাৰ বাবে…