এপ্ৰিল -জুন মাহৰ ভাৰতৰ অৰ্থনীতি উন্নয়নৰ হাৰ ঋণাত্মক অৰ্থাৎ -২৩.৯%
আজি পৰিসংখ্যা আৰু আঁচনি ৰূপায়ন মন্ত্ৰালয়ে ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ যোৱা এপ্ৰিল ৰ পৰা জুন মাহলৈ ঋণাত্মক বুলি জানিব দিছে। ভাৰত চৰকাৰৰ এই তথ্য অনুসৰি ... Read More
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান
দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ দেহাৱসান। আৰ্মী হাস্পতালত অতিশয় সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা প্ৰণৱ মুখাৰ্জী আক্ৰান্ত হৈছিল কোৰোণাত। হাস্পতালখনত তেওঁৰ ব্ৰেন চাৰ্জাৰী কৰোৱা হৈছিল। ... Read More
ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাস মোডীৰ সমৰ্থক, ২০১৪ ৰ নিৰ্বাচনৰ সময়ত মোডীৰ প্ৰচাৰতো সহায় কৰিছিল:ৰিপোৰ্ট
ফেচবুক-বিজেপি সম্পৰ্কৰ বিতৰ্কত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। ফেচবুকৰ শীৰ্ষ বিষয়া অংখি দাসৰ বিজেপিৰ লগত ঘনিষ্ঠতা সম্পৰ্কে ৱাল ষ্ট্ৰীট জাৰ্নেল(WSJ) ৰ পূৰ্বৰ প্ৰতিবেদনত প্ৰকাশ ... Read More
প্ৰশান্ত ভূষণৰ আদালত অৱমাননাৰ শাস্তি হিচাপে ১ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে
প্ৰশান্ত ভূষণৰ আদালত অৱমাননা (Contempt of Court) গোচৰৰ শাস্তি হিচাপে আজি উচ্চতম ন্যায়ালয়ে বিশিষ্ট আইনজীৱী জনক ১ টকাৰ জৰিমনা বিহে।উচ্চতম ন্যায়ালয়ে ভূষণৰ শাস্তি ঘোষণা কৰি কয় ... Read More
লাডাখ সীমান্তত পুনৰ উত্তেজনা, এইবাৰ পংগঙ হ্ৰদত চীনা সৈন্যৰ স্থিতাৱস্থা ভংগৰ প্ৰচেষ্টা
যোৱা ২৯/৩০ আগষ্টৰ নিশা চীনৰ PLA সৈন্যই পুনৰ লাডাখ সীমান্তৰ পংগঙ হ্ৰদ অঞ্চলত স্থিতাৱস্হা ভংগৰ প্ৰচেষ্টা কৰে। এই কথা আজি ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক ... Read More
সাম্প্ৰতিক (৪): শিল্পী কোন?-— বিশ্বজিৎ বৰা
বিশ্বজিৎ বৰা আমাৰ সমাজ ব্যৱস্থা দুই উপাদানেৰে গঠিত – যি দৃশ্যমান (visible) আৰু যি অদৃশ্য (invisible)। এক বিশেষ আদৰ্শৰ ভিত্তিত এই দৃশ্যমান আৰু অদৃশ্যৰ পুনৰ্গঠন ... Read More
ভাৰতে ক্ৰয় কৰিব দুখন আকাশত গোপন দৃষ্টি ৰখা বিমান
ভাৰতে ক্ৰয় কৰিব ফেলকন এৱাকছ বিমান। ভাৰতীয় বায়ু সেনাৰ বাবে চৰকাৰে প্ৰায় ১ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয়েৰে ইজৰাইলৰ পৰা কিনিব দুখন ফেলকন এয়াৰবৰ্ন ৱাৰ্নিং এণ্ড ... Read More
এইবাৰ বিগবাজাৰো গ’ল আম্বানীৰ হাতলৈ
দেশৰ অৰ্থনীতিত ৰিলায়েন্স গ্ৰুপ অৰ্থাৎ আম্বানী পৰিয়ালৰ দপদপনিক কেন্দ্ৰ কৰি বহু অৰ্থনীতিবিদে একচেতিয়া অধিপত্যৰ অশনি সংকেত দি থকাৰ সময়তে ৰিলায়েন্সে এইবাৰ ক্ৰয় কৰিছে Future Group ... Read More
ত্ৰিপুৰা ভ্ৰমণ: উনাকোটি আৰু ধৰ্মনগৰ-জিতাদিত্য নাৰ্জাৰী
জিতাদিত্য নাৰ্জাৰী ত্ৰিপুৰা অসমৰ পৰা বেছি দুৰ নহয়। কিন্তু সাধাৰণতে বেছি মানুহ যোৱা দেখা নাযায়। বিচাৰিলে বেছি তথ্য পোৱাও নাযায়। কিন্তু তাৰ মাজতে এবাৰ ... Read More
কুকুৰৰ লোকেল ব্ৰীডৰ পৰা পুতলা নিৰ্মাণলৈকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত পুনৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে। এইবাৰ পুতলা উদ্যোগত ভাৰত বৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ... Read More