মাহ আগষ্ট 2020

অসমত নতুন শিক্ষা নীতি বলবৎ কৰিবলৈ গঠন হ’ব ৪০ জনীয়া সমিতি

দেশৰ নতুন শিক্ষা নীতি অসমত বলবৎ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব এখন ৪০ জনীয়া সমিতি ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত গঠন হ’বলগীয়া সমিতিখনে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই প্ৰতিবেদনত নতুন শিক্ষা নীতি অসমত…

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই- ১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। ২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী…

ৰাজস্থান সংকট: ৰিচ’ৰ্ট পলিটিক্স, হৰ্ছ ট্ৰেডিঙৰ গৰাহত ৰাজস্থান চৰকাৰ

ৰাজস্থানৰ বিধান সভা অধিবেশনলৈ মাজত মাত্ৰ 13 দিন বাকী থাকোতে শাসকীয় কংগ্ৰেছ পাৰ্টিয়ে নিজৰ বিধায়ক সকলক ইতিমধ্যে জাইছেলমেৰ নামৰ স্থানৰ এখন ৰিচ’ৰ্টলৈ স্থানান্তৰ কৰিছে। Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা…

বাঘজানৰ জুই নুমোৱাত পুনৰ ব্যৰ্থ অইল ইণ্ডিয়া

যোৱা দুই মাহ ধৰি জ্বলি থকা বাঘজানৰ জুই নিয়ন্ত্ৰণ কৰাৰ এক প্ৰচেষ্টাত পুনৰ বিফল হৈছে অইল ইণ্ডিয়া। জানিব পৰা মতে, যোৱা শুক্ৰবাৰে অভিযন্তা সকলে গেছ নিৰ্গত হৈ থকা তেলৰ খাদৰ সমুখ ভাগত Blowout Preventer (BOP) নামৰ এটা যন্ত্ৰ লগোৱাৰ চেষ্টা…

ৰাজ্যত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৪০২৬৯, প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে লাভ কৰিছে ব্যাপক সঁহাৰি

ক’ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে গুৱাহাটী চিকিৎসা…