সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

Share This Article

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই-

১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব।

২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তি দিয়া হ’ব।৭ দিনৰ ভিতৰত বিজ্ঞাপন দিবলৈ পৰিচালনা সমিতিক নিৰ্দেশ দিয়া হৈছে।

৩)১৫ আগষ্টত প্ৰকাশ পাব ৩৫৫খন প্ৰদেশীকৃত বিদ্যালয়ৰ তালিকা।

৪)তাৰে ভিতৰত থাকিব ১৯৭খন হাইস্কুল, ৯খন উচ্চতৰ মাধ্যমিক, ১৪৯খন জুনিয়ৰ কলেজ।

৫) ৰাজ্যৰ চাহ বাগিছাসমূহত নতুনকৈ নিৰ্মাণ কৰা হ’ব ১১৯খন হাইস্কুল । ২ অক্টোবৰত একেলগে আৰম্ভ হ’ব নিৰ্মাণ কাৰ্য। ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ১ কোটি ১৯ লাখ টকাৰ পুঁজি ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.