মাহ আগষ্ট 2020

৩০ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব লাগিব ফাইনেল পৰীক্ষা: উচ্চতম ন্যায়ালয়

আজি উচ্চতম ন্যায়ালয়ে ৩০ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্য আৰু বিশ্ববিদ্যালয় সমূহক ফাইনেল পৰীক্ষা অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। মহামান্য উচ্চতম ন্যায়ালয়ৰ আজিৰ ৰায়দানত কয় যে পৰীক্ষা অনুষ্ঠিত নকৰাকৈ কোনো ছাত্ৰ ছাত্ৰীক পাছ কৰোৱাটো ন্যায় সংগত নহয়। অৱশ্যে ন্যায়ালয়ে কয় যে পৰীক্ষা…

অৰণ্য পুনৰ বনানীকৰণৰ দায়িত্ব এইবাৰ দিয়া হ’ব ব্যক্তিগত খণ্ডক

photo courtesy: Aglasem news

এইবাৰ যিবোৰ অৰণ্য অৱনমিত(degraded) হৈছে তেনে অৰণ্যৰ পুনৰ বনানীকৰণৰ প্ৰক্ৰিয়াত চামিল হ’ব ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান। এই প্ৰস্তাৱ চৰকাৰক আগবঢ়াইছে নীতি আয়োগে। The print নামৰ ওক নিউজ পৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰী পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ(পিপিপি) ৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানক অৰণ্যৰ…

খাদ্যৰ সন্ধানৰত এজন কিশোৰক দিল্লী পুলিচৰ বৰ্বৰতা

photo courtesy: Indian Express

শেহতীয়াকৈ ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এক ভিডিওৰ বাবে পুনৰ বিতৰ্কত সুমাই পৰিছে দিল্লী পুলিচ। সাংবাদিক বৰ্খা দতৰ নিউজ পৰ্টেল Mojo Story এ টুইট কৰা এটা ভিডিওত দেখা গৈছে যে দিল্লী পুলিচৰ এজন কনিস্তবলে দিল্লীৰ আৰ কে পুৰম অঞ্চলত এজন…

সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান

photo courtesy: Pratidin Time

সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হস্পিতালত দেহাৱসান হয় সুকণ্ঠী গায়িকা গৰাকীৰ। যোৱা কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল গায়িকা গৰাকী।১৪ জুলাইৰ পৰা চিকিত্সাধীন হৈ আছিল শিল্পীগৰাকী।মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিত্সাধীন হৈ আছিল প্ৰয়াত অৰ্চনা মহন্ত।প্ৰয়াত স্বামী বিহু সম্ৰাট খগেন…

কেন্দ্ৰীয় চৰকাৰে GST ৰ প্ৰাপ্য ধন ৰাজ্য চৰকাৰ সমূহক মোকোলাই নিদিয়াক লৈ সৰৱ বিৰোধী

photo courtesy: Indian Express

আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীৰ উপস্থিতিত বিৰোধীৰ দ্বাৰা শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীৰ লগত হোৱা এক আলোচনাত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহৰ প্ৰাপ্য GST ৰ ধন নিদিয়াটো চৰম বঞ্চনা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে যোৱা ১১ আগষ্টত ভাৰত চৰকাৰৰ ফাইনেন্স…

‘আত্মনিৰ্ভৰ ভাৰত’ৰ নামত আদানী-আম্বানীৰ একচেতিয়া আধিপত্য হে চলিছে নেকি ভাৰতৰ অৰ্থনীতিত?

photo courtesy: Business Standard

শেহতীয়াকৈ ভাৰত চৰকাৰে প্ৰায় ৬ তা বিমান বন্দৰৰ ব্যক্তিগতকৰণ কৰোতে আটাইকেইটা বিমান বন্দৰ গৌতম আদানীৰ আদানী গ্ৰুপৰ হাতলৈ যায়। বৰ্তমান মুম্বাই ইয়াৰপোৰ্টও আদানী গ্রুপৰ হাতলৈ যাব বুলি বিভিন্ন সংবাদ মাধ্যমত গুজৱ চলিছে। ইয়াৰ পিছতে এতিয়া সৰ্বত্ৰে চর্চা চলিছে নৰেন্দ্ৰ মোডী…

জয়পুৰৰ ভীক্ষাৰীৰ তালিকাত তিনিজন স্নাতক আৰু দুজন স্নাতকোত্তৰ

photo courtesy: Times Now

জয়পুৰৰ চিটি পুলিচৰ এক সমীক্ষাত চহৰ খনৰ মুঠ ১১৬২ জন ভীক্ষাৰীৰ ২ জন স্নাতকোত্তৰ আৰু তিনিজন স্নাতক বুলি জানিব পৰা গৈছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা এক বাতৰি অনুসৰি ৮২৫ জন ভীক্ষাৰীৰ কোনো পঢ়া শুনা নথকাৰ পৰিবৰ্তে ৩৯ জন শিক্ষিত…

সাংসদৰ বৰ্ষাকালীন অধিবেশন অনুষ্ঠিত হ’ব ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ

photo courtesy: NDTV

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে ইতিমধ্যে বিলম্ব হোৱা সাংসদৰ বৰ্ষাকালীন অধিবেশন অহা ১৪ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে। জানিব পৰা মতে দৈনিক ৪ ঘণ্টাৰ বাবে শনি আৰু দেওবাৰেও অনুষ্ঠিত হ’ব দুয়োখন সদন। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ…

দেশৰ অৰ্থনীতিক লৈ পুনৰ সৰৱ ৰাহুল গান্ধী, RBI ৰ শংকা অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হ’ব

আজি ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ লেহেমীয়া হোৱাৰ শংকা প্ৰকাশ কৰাৰ পাছতে, পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ প্ৰতি আক্রমণাত্মক হৈছে ৰাহুল গান্ধী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনত প্ৰকাশ কৰা বাতৰিটো টুইটাৰ যোগে শ্বেয়াৰ কৰি ৰাহুল গান্ধীয়ে…

অসমত AFSPA ৰ ম্যাদ পুনৰ ছয় মাহৰ বাবে বৃদ্ধি

photo courtesy: New Indian Express

অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) ৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে। শেহতীয়াকৈ অসমক “অশান্ত অঞ্চল’ বুলি ঘোষিত কৰাৰ পাছত অসমত AFSPA প্ৰযোজ্য কৰা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনে প্ৰকাশ কৰা এক বাতৰি অনুসৰী অহা…