অসমত AFSPA ৰ ম্যাদ পুনৰ ছয় মাহৰ বাবে বৃদ্ধি

Share This Article

অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন(AFSPA) ৰ ম্যাদ পুনৰ ৬ মাহৰ বাবে বৃদ্ধি কৰা হৈছে।

শেহতীয়াকৈ অসমক “অশান্ত অঞ্চল’ বুলি ঘোষিত কৰাৰ পাছত অসমত AFSPA প্ৰযোজ্য কৰা হৈছিল। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনে প্ৰকাশ কৰা এক বাতৰি অনুসৰী অহা ২৮ আগষ্টৰ পৰা পুনৰ অসমত AFSPA ৰ ম্যাদ বৃদ্ধি কৰা হৈছে।

প্ৰায় ৯০ দশকৰ পৰাই অসমত প্ৰযোজ্য হৈ থকা এই আইন খন প্ৰত্যাহাৰ কৰিবলৈ অসমৰ সচেতন নাগৰিক সকলে দাবী কৰি আছিল। কিন্তু আজি অসম চৰকাৰে AFSPA ৰ ম্যাদ অসমত বৃদ্ধি কৰা হে পৰিলক্ষিত হ’ল।

Featured photo courtesy: New Indian Express

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.