সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান

Share This Article

সুকণ্ঠী গায়িকা অৰ্চনা মহন্তৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হস্পিতালত দেহাৱসান হয় সুকণ্ঠী গায়িকা গৰাকীৰ। যোৱা কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল গায়িকা গৰাকী।১৪ জুলাইৰ পৰা চিকিত্সাধীন হৈ আছিল শিল্পীগৰাকী।মগজুৰ ৰক্তক্ষৰণৰ বাবে চিকিত্সাধীন হৈ আছিল প্ৰয়াত অৰ্চনা মহন্ত।প্ৰয়াত স্বামী বিহু সম্ৰাট খগেন মহন্তৰ সৈতে মঞ্চ কঁপাইছিল অৰ্চনা মহন্তই। জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ মাতৃ অৰ্চনা মহন্ত।

featured photo courtesy: Pratidin Time

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.