Investigative reporting with dedication.
সাংবাদিকতাৰ নামত দালালি !

সাংবাদিকতাৰ নামত ব্লেকমেইলিং । RTIৰ নামতো ব্লেকমেইলিং আৰম্ভ কৰিছে এটা চামে।সাংবাদিক ভাস্কৰজ্যোতি হাজৰিকাই ল’লে ৪ লাখ,সাংবাদিক পূজামণি দাসে ল’লে ৮.৭০ লাখ, RTI কৰ্মী অনুপ শইকীয়াই ল’লে ৫০ লাখ,RTI কৰ্মী ৰবিজিৎ গগৈয়ে ল’লে ৮৩ লাখ।সাংবাদিকতাক যেন এতিয়া একাংশই ধন সংগ্ৰহৰ মাধ্যম…










