Investigative reporting with dedication.
মধ্যপ্ৰদেশত ‘মহা প্ৰতাপ ’ !

কৰ্ণাটকত টিপু চুলতানক হেয় প্ৰতিপন্ন কৰি ডিঙি শুকাই যোৱাকৈ ভাষণ দিলে বিজেপিয়ে।কিন্তু ফলাফলে কেৱল ডিঙিয়েই নহয়,পেটলৈ ভাত নোযোৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে বিজেপিৰ !ফলাফল দেখি এক বিশেষ সম্প্ৰদায় সম্পৰ্কত মন্তব্য কৰাৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।ইফালে মধ্যপ্ৰদেশত অহা নবেম্বৰ…










