মাহ মে’ 2023

শান্তি চুক্তিয়ে সিঁচিলে অশান্তিৰ বীজ !

অসম-অৰুণাচল সীমান্তত পুনৰ আৰম্ভ হৈছে উত্তেজনা । বিফল হ’ল নেকি বহু আকাংক্ষিত শান্তি চুক্তি?সীমান্ত এলেকাত অৰুণাচলীয়ে নিৰ্মাণ কৰিলে ঘৰ, খুলিলে ৱাইন শ্ব’প ! সকলো দেখিও , চকু মুদা কুলিৰ ভাও ধেমাজি জিলা প্ৰশাসন আৰু বন বিভাগৰ।পুনৰ ধেমাজিত অসম অৰুণাচল বিবাদমান…

উভতি নহাৰ বাটেৰে গ’লগৈ ৭ গৰাকী যুৱক !

মৃত্যু এতিয়া সহজ !মৃত্যু এতিয়া উছৱ ! নিমিষতে হেৰাই গ’ল ৭ গৰাকী মেধাৱী ছাত্ৰ ! ৰাজ্যজুৰি শোকৰ ছাঁ! বুকুত অযুত সপোন লৈ ঘৰৰ পৰা উচ্চ শিক্ষা ল’বলৈ গুৱাহাটী মহানগৰীলৈ ওলাই আহিছিল ছাত্ৰ কেইগৰাকী। বুকুত এসাগৰ আশা আৰু মনৰ মাজত অযুত…

সংসদ ভৱন উদ্ধোধনত ঘৃণাৰ ৰাজনীতি বিজেপিৰ !

বিগত দেওবাৰে সাংসদ ভৱন উদ্বোধনৰ কাৰ্যসূচী অনুষ্ঠিত হয়।বিশাল আয়োজনেৰে অনুষ্ঠিত এই কাৰ্যসূচীত অনিমন্ত্ৰিত হৈ থাকিল দেশৰ সাংবিধানিক মূৰব্বী দেশৰ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতি।উল্লেখ্য যে নতুন সংসদ ভৱন দেশৰ নিৰ্বাচিত প্ৰতিনিধিয়ে উদ্বোধন কৰাটোৰ বিৰোধিতা কৰিছিল বিৰোধী দলবোৰে৷ইয়াৰ বিৰোধিতা কৰিয়েই এই অনুষ্ঠানত অংশ…

আহি আছে ১২জুন !

ক’লৈ যাওঁ,কি কৰোঁ লাগিছে বিজেপিৰ !ভয়-ভাবুকি একোকে পৰোৱাই নকৰা হৈছে বিৰোধীয়ে !ED,CBI ৰ ভয়েও স্থিতিৰ পৰা লৰাব পৰা নাই বিৰোধীক! নিসিজা চাউল সিজোৱাৰ চেষ্টা বিজেপিৰ ! যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বিৰোধীয়ে যেন ঐক্যবদ্ধভাৱে আগবঢ়াৰ বাবে দৃঢ় হৈছে…

প্ৰধানমন্ত্ৰীৰ ‘ভুৱা প্ৰতিশ্ৰুতি’ নুশুনে !

নীতি আয়োগৰ বৈঠক বৰ্জন সমগ্ৰ দেশৰ ৮ গৰাকী মুখ্যমন্ত্ৰীৰ।শনিবাৰে নীতি আয়োগৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হয় ।নীতি আয়োগৰ এই অষ্টম সংখ্যক বৈঠকত অংশ নলয় দেশৰ বিৰোধী দলৰ ৮ গৰাকী মুখ্যমন্ত্ৰীয়ে৷পঞ্জাৱ,দিল্লী,তেলেংগানা,উৰিষ্যা,বিহাৰ,পশ্চিম বংগ,কেৰালা,ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে…

চেক গণৰাজ্যত জিলিকিল ধৃতিমান

ইউৰোপ মহাদেশৰ চেক গণৰাজ্যৰ ৰাজধানী, ইউৰোপৰ সুন্দৰতম চহৰ প্ৰাগত অবস্থিত বিশ্বৰ আগশাৰীৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ সংস্থা “প্ৰাগ ফিল্ম স্কুল”ত বোকাখাতৰ ধৃতিমান কাকতিয়ে বিশেষ সফলতা আৰ্জন কৰিছে । কমাৰগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক, ইংৰাজী বিভাগৰ মূৰব্বী ড° গায়ত্ৰী বৰা কাকতি আৰু অসম…

গাখীৰ খুৱাই সাপ পুহিছে বিজেপিয়ে !

মধ্য প্ৰদেশত বিধানসভাৰ নিৰ্বাচন সমাগত৷অহা নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্য প্ৰদেশত।কিন্তু আগন্তুক নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ চৰকাৰ যে তিস্তি থাকিব পাৰিব,সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকে।আনকি মধ্যপ্ৰদেশ মন্ত্ৰীসভাত দেখা দিয়া শেহতীয়া খাম খেয়ালিয়ে অস্বস্তিত পেলাইছে প্ৰধানমন্ত্ৰী আৰু…

কেৰালাত নিষিদ্ধ RSS !

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS ৰ এক বিশেষ কাৰ্যসূচীক লৈ ক্ষোভিত হৈছে ট্ৰাভানকৰ দেবাশ্বম বৰ্ড ।ট্ৰাভানকৰ দেবাশ্বম বৰ্ড চমুকৈ TDB ৰ নিয়ন্ত্ৰণত কেৰালাৰ প্ৰায় ১২০০ মন্দিৰ আছে।শেহতীয়াকৈ এক নিৰ্দেশনা যোগে TDB এ মন্দিৰৰ চৌহদৰ ভিতৰত RSS এ প্ৰদান কৰি থকা…

চাকৰিৰ নামত ধন দিলে নেকি একাংশই ?

টকা দি চাকৰি পাইছে নেকি একাংশই? ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ নামত মেগা নিযুক্তি উৎসৱ অনুষ্ঠিত কৰে বৃহস্পতিবাৰে।কিন্তু চাকৰি দিয়াৰ নামত কোনে সংগ্ৰহ কৰিলে ডেৰ কোটি টকা? মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বচ্ছ নিকা নিযুক্তিৰ শ্ল’গান ভুৱা নেকি? চাকৰি দিয়াৰ নামত…