Investigative reporting with dedication.
বহুত হ’ল ‘মোডী মেজিক’ !

কৰ্ণাটকৰ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয় আৰু কংগ্ৰেছৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাই উৎফুল্লিত কৰিছে বিজেপি বিৰোধী শিবিৰক।কংগ্ৰেছৰ পৰা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰখা দলবোৰেও শেহতীয়াকৈ বিজেপি বিৰোধী শিবিৰত কংগ্ৰেছৰ নেতৃত্বত একেলগ হোৱাৰ পোষকতা কৰিছে।সৌ সিদিনালৈকে কংগ্ৰেছ বুলিলেই সাত জাঁপ মৰা মমতা বেনাৰ্জী ,অৰবিন্দ কেজৰিৱালেও…










