Investigative reporting with dedication.
কৰ্ণাটক হ’ব PFI ময় !

কৰ্ণাটকৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৩ টা দিন ।নিৰ্বাচনী প্ৰচাৰ চলিছে সম্পূৰ্ণ আগ্ৰাসী ৰূপত।শাসক দলৰ প্ৰচাৰৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছো পিছ পৰি থকা নাই।কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে শনিবাৰে উপস্থিত হয় অসমা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই…










