Investigative reporting with dedication.
১টা গ’ল,২ টা গ’ল এহ ৩ নম্বৰটোও গ’ল !

বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত বৰ্তমানলৈকে ৩ টাৰ মৃত্যু হয়।মঙলবাৰে দুপৰীয়া তৃতীয় চিতাটোৰ মৃত্যু হয়৷’দক্ষা’ নামৰ তৃতীয় চিতাজনী আন এটা বাঘৰ লগত যুঁজ লাগি গুৰুতৰভাৱে আহত হৈছিল।তাৰ পিছতেই বাঘজনীয়ে…










