মণিপুৰৰ পাৰ্শ্বক্ৰিয়া দিল্লীতো !

Share This Article

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষই স্পৰ্শ কৰিছে দিল্লীকো।দিল্লী বিশ্ববিদ্যালয়ৰ নৰ্থ কেম্পাচত কেইজন মান কুকি ছাত্ৰই আক্ৰমণ কৰে মেইতে সম্প্ৰদায়ৰ ছাত্ৰক।ঘটনাটো বৃহস্পতিবাৰে নিশা সংঘটিত হোৱাৰ খবৰ আহিছে।শুকুৰবাৰে মৌৰিচ নগৰ আৰক্ষী চকীত কুকি ছাত্ৰ কেইজনে গোচৰ ৰুজু কৰিব বিচাৰিছিল যদিও আৰক্ষীয়ে গোচৰটো নল’লে।ইয়াৰ পিছতেই ছাত্ৰসকলে থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাাধীন বুলি জনাইছে।উল্লেখ্য যে মণিপুৰত সংঘটিত গোষ্ঠীগত সংঘৰ্ষত প্ৰায় ৬০ ৰো অধিক লোকৰ মৃত্যু হৈছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.