মাহ জানুৱাৰী 2024

বিকশিত ভাৰতত ব্যৰ্থতাৰ উদাহৰণ 

দেশজুৰি আৰম্ভ হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰা । গাঁৱে গাঁৱে , পঞ্চায়তে পঞ্চায়তে চলিছে মোদী চৰকাৰৰ বিকশিত ভাৰত সংকল্প যাত্ৰা । কোৱা হৈছে ১৪০ কোটি ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাবলৈ চলিছে এই যাত্ৰা । কিন্তু এই প্ৰতিবেদনত আমি দেখুৱাবলৈ লৈছো মোদী…

কিয় নীতিশৰ বাবে বন্ধ দুৱাৰ খুলি দিলে বিজেপিয়ে ? 

বেছি দিন পুৰণি নহয় । ২০২৩ চনৰ ১৩ এপ্ৰিলত বিহাৰৰ মাটিত থিয় হৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে নীতিশ কুমাৰৰ দুৱাৰ বিজেপিত চিৰকাললৈ বন্ধ হ’ল । তাৰ পাছত মাত্ৰ ৮ মাহ । ৮ মাহ পাছতেই বিহাৰত বিজেপিয়ে খুলি…

ৰাম মন্দিৰ মুকলিৰ পূৰ্বে কোনে চ’ছিয়েল মিডিয়াত আপলোড কৰিলে সংবিধানৰ প্ৰস্তাৱনা ?

সোমবাৰে অযোধ্যাত বহু প্ৰত্যাশিত ৰাম মন্দিৰ মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই অনুষ্ঠানত অংশ লয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱত, উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথকে ধৰি ৭০০০ নিমন্ত্ৰিত অতিথি।এই অনুষ্ঠানত উপস্থিত থাকে বিকি কৌশল, মাধুৰী…

পোষ্টেল বেলটত বিজয়ী কংগ্ৰেছ ই ভি এমত হাৰে কিয় ?

ই ভি এমৰ ব্যৱহাৰক লৈ দেশজুৰি আকৌ আৰম্ভ হৈছে প্ৰবল বিতৰ্কৰ । ই ভি এমৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন তুলি বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া”ই বাৰম্বাৰ নিৰ্বাচন আয়োগৰ সাক্ষাৎ বিচাৰিছে যদিও বিৰোধীক সাক্ষাৎ কৰিবলৈ সন্মত নহয় নিৰ্বাচন আয়োগ । ই ভি এমক লৈ…

পেগাচাছে পিছ এৰাই নাই !

পেগাচাছ! এটা স্পাই ছফ্টৱেৰ। যিটো ছফ্টৱেৰ এবাৰ কাৰোবাৰ মোবাইলত প্ৰৱেশ কৰিলে সেই মোবাইলটোৰ সকলোবোৰ তথ্য ছফ্টৱেৰটোৱে অভিগম (access) কৰি লয়। এই ছফ্টৱেৰটো গোপনে বহু দূৰত থাকিয়েই কাৰোবাৰ মোবাইলত ইনষ্টল কৰিব পাৰি আৰু ই ইমানেই শক্তিশালী যে আইফোনৰ দৰে শক্তিশালী সুৰক্ষা…