মাহ আগষ্ট 2023

ক্ৰমাৎ শক্তিশালী হৈছে I.N.D.I.A !

২০২৪ ৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে৷এই সময়চোৱাত সৰু সৰু ৰাজনৈতিক দলবোৰৰ মাজত চলিছে এটাই চৰ্চা-সেইয়া হ’ল কোনটো দল কাৰ লগত থাকিব?I.N.D.I.A ৰ বৈঠক অহা ৩১আগষ্ট আৰু ১ ছেপ্তেম্বৰত মুম্বাইত অনুষ্ঠিত হোৱাৰ কথা।আম আদমি পাৰ্টি,তৃণমূল কংগ্ৰেছ,ৰাষ্ট্ৰীয় জনতা দল,জনতা দল (ইউ)…

দক্ষিণ ভাৰতত ‘No entry’ বিজেপিৰ !

তেলেংগানাত চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনৰ আগে আগে তেলেংগানা বিজেপি মহাসংকটৰ সন্মুখীন হৈছে।প্ৰাক্তন সাংসদৰ পৰা বিধায়কলৈ সকলোৱে বাট পোনাইছে কংগ্ৰেছ দলৰ ফালে।এগৰাকী প্ৰাক্তন সাংসদ আৰু ৪ গৰাকী বিধায়কে একেলগে ইতিমধ্যে কংগ্ৰেছৰ লগত সমষ্টিক লৈ বুজাবুজি আৰম্ভ…

এৰা বনি কিমান আৰু পেৰা খাব জুবিন গাৰ্গে?

কণ্ঠশিল্পী জুবিন গাৰ্গৰ অনুগামীৰ সীমাসংখ্যা নাই।জুবিন গাৰ্গে মঞ্চত গীত পৰিৱেশন কৰিবলৈ উঠিলেই মঞ্চৰ তলত দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি পৰাটো নিত্যনৈমিত্তিক ঘটনাৰ দৰে।এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীৰ ক্ষেত্ৰত এই দৃশ্য একেবাৰে সহজলভ্য।কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে জুবিন গাৰ্গে তেওঁৰ এই পৰ্বতসম জনপ্ৰিয়তাক ব্যৱহাৰ…

নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২৪ সংখ্যক মুখপত্ৰ ‘নুমলী’ উন্মোচন

গোলাঘাট জিলাৰ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুখপত্র ‘নুমলী’ ২০০০ চনত প্ৰকাশ পোৱাৰ পাছত বিৰতিহীনভাৱে প্ৰতিবছৰে প্ৰকাশ পাই আহিছে।এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশ বিকাশৰ লগতে বিদ্যালয়ৰ প্ৰগতিৰ মাধ্যম হ’ল বিদ্যালয়ৰ আলোচনীখন। ‘নুমলী’য়েও নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিচ্ছবি প্ৰকাশ কৰি আহিছে। বিদ্যালয়খনৰ…

নিজৰ ‘বেটী’কে বচাব নোৱাৰা বিজেপিয়ে ,ক’ত দেশৰ ‘বেটী ’ বচাব?

বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰৰ মৃত্যুৰ পিছত বিজেপি দলটোৰ নেতাসকলে পিন্ধি থকা মুখাবোৰ খোল খালে।ইখনৰ পিছত সিখন মুখা খোল খাইছে বিজেপি নেতাসকলৰ।নগদ ধনৰ বিনিময়ত চাকৰি দিব বুলি লাখ লাখ টকা সংগ্ৰহ কৰি পিছত চাকৰি দিব নোৱাৰাৰ বাবে ব্লেকমেইলিঙৰ…

ন্যুহত অশান্তি সৃষ্টিয়েই মূল উদ্দেশ্য নেকি VHP ৰ ?

সোমবাৰে ন্যুহত পুনৰ বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা।বিগত ৩১জুলাইত ন্যুহত অনুষ্ঠিত হৈছিল এক শোভাযাত্ৰা।এই শোভাযাত্ৰাৰ সময়ত দুটা সম্প্ৰদায়ৰ মাজত ভয়ানক সংঘৰ্ষৰ সূত্ৰপাত হয়।বিগত এটা মাহত ন্যুহৰ অৱস্থা এক মৰিশালিলৈ পৰ্বসিত হৈছে।অঞ্চলটোত বিগত ৩১জুলাইত সংঘটিত ভয়ানক গোষ্ঠীগত সংঘৰ্ষত…

কাৰ্যকৰ্তাৰ লানি নহয়,এইবাৰ অঘটনৰ লানি অসম বিজেপিত !

অঘটন আৰু দুৰ্ভাগ্যই লগ নেৰা হৈছে বিজেপিক ! বিশেষকৈ অসম বিজেপিত অথন্তৰৰ অন্ত নোহোৱা অৱস্থা।কোনোবা নেতাৰ ঘৰত যদি উদ্ধাৰ হৈছে শিশুৰ মৃতদেহ,কোনোবা নেত্ৰীয়ে আকৌ নেতাৰ লগত ফটো ভাইৰেল হোৱা বাবে বাচি লৈছে চৰম পন্থা।কোনোবা নেত্ৰীৰ আকৌ ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ হৈছে…

হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত নিয়ন্ত্ৰণহীন বিজ্ঞাপন প্ৰদানৰ সিদ্ধান্ত

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে সপ্তাহে সপ্তাহে অনুষ্ঠিত কৰা কেবিনেট বৈঠকত কি সিদ্ধান্ত গ্ৰহণ কৰে ? মেল মিটিঙত পিঠা লাৰু খোৱাৰ পৰা আৰম্ভ কৰি মধ্যাহ্ন ভোজনত তিনিটা কনী দিয়ালৈকে এশ এবুৰি সিদ্ধান্ত লোৱা হয় প্ৰতিসপ্তাহে অনুষ্ঠিত কেবিনেট…

১০ বিজেপি বিধায়কৰ যোগাযোগ নাই মণিপুৰৰ মুখ্যমন্ত্ৰীৰ লগত !

বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।সাম্প্ৰদায়িক সংঘৰ্ষত জৰ্জৰিত মণিপুৰত এতিয়ালৈকে ১৬০ গৰাকীৰো অধিক লোকে মৃত্যুক সাৱটিছে।কুকি আৰু মেইটেই মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ বিগত প্ৰায় চাৰিটা মাহ ধৰি চলিয়েই আছে।মেইটেই সম্প্ৰদায়ৰ লোকক জনজাতীয় মৰ্যাদা দিয়া বিষয়টোৰ প্ৰতিবাদ কৰিছিল কুকি সম্প্ৰদায়ৰ…

১০ লাখ লোকৰ জীৱন-জীৱিকাক উপেক্ষা মুখ্যমন্ত্ৰীৰ !

মুখ্যমন্ত্ৰীৰ কাষত এজন বিশেষ লোক !কিয় গাৰ ছাঁৰ দৰে থাকে এই লোকজন?ৰাজ্যত সলনি হ’ল মুখ্যমন্ত্ৰী !নতুন মুখ্যমন্ত্ৰীয়ে সলাই পেলালে সকলো !গাওঁবোৰ নগৰ হ’ল,মহকুমাবোৰ উপ -জিলা হ’ল !মুঠতে সকলো সলনি হ’ল !সলনি হ’ল মুখ্যমন্ত্ৰীৰ সাংগোপাংগও !সলনি হ’ল কাষৰ ফুলদানীসদৃশ মানুহবোৰো !…