Investigative reporting with dedication.
কুলুত কুলু কুলু ধ্বনিৰ নৈ – নিজৰা নাই,সকলো এতিয়া হিংস্ৰ,উন্মাদ !

চাই থাকোঁতেই এখন ঘৰ শেষ হ’ল ! এক সপোন শেষ হৈ গ’ল !আপোনজন আঁতৰি গ’ল !এনেকৈ জীয়াই থকাতকৈ মৃত্যুৱেই শ্ৰেয় ! যাবলৈ ঠাই নাই,সকাহ দিবলৈ এখন কান্ধ নাই ! জীয়াই জীয়াই নৰক যন্ত্ৰণা পাইছে হিমাচলীয়ে ! হয়,হিমাচল প্ৰদেশৰ কথাই ক’ব…









