মাহ মে’ 2021

ভেকচিনৰ নামতো ব্যৱসায়ত ব্যস্ত কেন্দ্ৰীয় চৰকাৰ!

ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী সুভাষ গৰ্গে ভেকচিনৰ নামতো কেন্দ্ৰীয় চৰকাৰে ব্যৱসায় আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। সুভাষ গৰ্গে জনোৱা অনুসৰি চিৰম ইন্সটিটিউতক ভেকচিন ক্ৰয় কৰাৰ বাবে ধন দিয়াৰ উপৰিও প্ৰতিটো ভেকচিন ডোজৰ নামত কেন্দ্ৰীয় চৰকাৰেও সংগ্ৰহ কৰিছে কৰ। সুভাষ গৰ্গে জনোৱা…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ কথা নকয়,কামৰ কথা নুশুনে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কামৰ কথা নকয়,কামৰ কথা নুশুনে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৱল মনৰ কথা কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সন্দৰ্ভত এক প্ৰকাৰে এনে এক কটু সমালোচনা কৰিছে এজন মুখ্যমন্ত্ৰীয়ে।দেশত এতিয়া কোভিডৰ সন্ত্ৰাস।অক্সিজেন আৰু ভেকচিনৰ নাটনি এই সময়ৰ আন এক মহা সংকট।এই জটিল…

কংগ্ৰেছৰ পৰাজয় অৱধাৰিত

অৰূপ কলিতা কংগ্ৰেছ কেৱল অসমতে বিধ্বস্ত হোৱা নাই ৷ শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰতিখন ৰাজ্যতে কংগ্ৰেছে শোচনীয় প্ৰদৰ্শন কৰিছে ৷ অসমত ৯৩ খন আসনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছে মাত্ৰ ২৯ খন আসনত ৷ পশ্চিমবংগত প্ৰতিদ্বন্দিতা কৰিছিল ৯২ খন আসনত ৷…

যুঁজত অগ্ৰগতি অখিল গগৈৰ-

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে।ইতিমধ্যে কংগ্ৰেছ মহাজোঁটক চেৰ পেলাই অধিক আসনত অগ্ৰগতি লাভ কৰিছে বিজেপি মিত্ৰজোঁটে।ইয়াৰ মাজতে ভোট যুদ্ধত বিশেষ অগ্ৰগতি লাভ কৰিছে কাৰাবন্দী প্ৰাৰ্থী অখিল গগৈয়ে।শিৱসাগৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱা অখিল গগৈয়ে বৰ্তমান আঠ হাজাৰতকৈ অধিক ভোটত…

কোন দলৰ কি অগ্ৰগতি?

পুৱাৰে পৰা অব্যাহত আছে ভোট গণনা।বৰ্তমানলৈকে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ৩০ খন আসনত।ইয়াৰে ২১ খন আসনত অগ্ৰগতি বিজেপিৰ।অগপৰ অগ্ৰগতি ৫ খন আসনত আৰু UPPL ৰ অগ্ৰগতি ২ খন আসনত।অন্যহাতে কংগ্ৰেছ মহাজোঁটে অগ্ৰগতি লাভ কৰিছে ১৪ খন আসনত।৭ খন আসনত…

মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে কিয় এইসকল কোভিড যোদ্ধাক?

কোভিডৰ ভয়াৱহতাৰ সময়ত নিজক তুচ্ছ জ্ঞান কৰি তেওঁলোক কোভিড বিৰোধী যুদ্ধৰ সন্মুখৰ শাৰীত থিয় হৈছিল।নিজৰ জীৱনৰ প্ৰতি অহা চৰম সংশয়ক আওকাণ কৰি তেওঁলোক আনৰ জীৱন ৰক্ষাৰ যুঁজত অৱৰ্তীন হৈছিল।সংকটৰ সময়ত আনৰ জীৱন ৰক্ষা কৰা এইসকল কোভিড যোদ্ধা আজি নিজেই সংকটৰ…