কোন দলৰ কি অগ্ৰগতি?

Share This Article

পুৱাৰে পৰা অব্যাহত আছে ভোট গণনা।বৰ্তমানলৈকে বিজেপি মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰিছে ৩০ খন আসনত।ইয়াৰে ২১ খন আসনত অগ্ৰগতি বিজেপিৰ।অগপৰ অগ্ৰগতি ৫ খন আসনত আৰু UPPL ৰ অগ্ৰগতি ২ খন আসনত।
অন্যহাতে কংগ্ৰেছ মহাজোঁটে অগ্ৰগতি লাভ কৰিছে ১৪ খন আসনত।৭ খন আসনত কংগ্ৰেছৰ অগ্ৰগতিৰ বিপৰীতে AIUDF ৰ অগ্ৰগতি অন্য ৭ খন আসনত।
সমান্তৰালভাৱে ৰাইজৰ দলে অগ্ৰগতি লাভ কৰিছে এখন আসনত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.