মাহ মে’ 2025

Sankor Jyoti Baruah Arrest: দুলীয়াজানৰ ঘটনা, শংকৰজ্যোতিৰ গ্ৰেপ্তাৰ: কি প্ৰতিক্ৰিয়া অখিল গগৈ-ছাত্ৰ সন্থাৰ?

বিগত ৫-৬ দিন ধৰি দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত হোৱা দুটা পক্ষৰ সংঘাত আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ (Sankor Jyoti Baruah arrest) কৰাৰ বিষয়টোৱে ৰাজ্যত তোলপাৰ লগাই আছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ প্ৰতিবাদত শুকুৰবাৰে বিভিন্ন জাতীয়-জনগোষ্ঠীয়…

Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে আকৌ নিবিদা; ধনৰ পৰিমান কমাক লৈ সাংসদ গৌৰৱ গগৈৰ প্ৰশ্ন

মাজুলী বাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে যোৰহাট-মাজুলী সংযোগী দলঙ (Jorhat-Majuli Bridge)-ৰ পুনৰ নিবিদা মুকলি কৰে। ৬.৮১ কি:মি: দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ বাবে ৬০০.৫১ কোটি টকাৰ নিবিদা মুকলি কৰে ভাৰত চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে। এই কথা…

BTR Election: বিজেপি সাজু হ’ল, বিৰোধী ক’ত?

পঞ্চায়ত নিৰ্বাচনৰ আনন্দ উল্লাস কৰিবলৈ সময় নাই৷ শাসক দল বিজেপি আকৌ সাজু হৈছে নিৰ্বাচনলৈ৷ ক্ৰমাগত ৭ টাকৈ নিৰ্বাচনত পৰাজয়ৰ পাছতো বিৰোধীয়ে সম্বিত ঘূৰাই পোৱা নাই৷ কিন্তু ১১ মে’ত পঞ্চায়ত নিৰ্বাচনত অভাৱনীয় ভাল খবৰ লাভ কৰাৰ পাছতেই বিজেপি আকৌ সাজু হৈছে…

Opposition Parties in Assam: অসমত বিৰোধী ‘ছিৰিয়াছ’ হ’ব কেতিয়া?

Opposition Parties in Assam: বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ অখিল গগৈয়ে কালি কৈ দিলে যে ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচন ছিৰিয়াছলি খেলাই নাছিল৷ এটা…

India-China Dispute: আকৌ মূৰ দাঙি উঠিছে অৰুণাচলক লৈ চীন-ভাৰতৰ বিবাদ!

India-China Dispute: দেশৰ পশ্চিম সীমান্তত এতিয়াও অব্যাহত আছে উত্তেজনা। ভাৰত-পাক সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয় যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। তাৰ মাজতে পাকিস্তানে উলংঘা কৰি আছে যুদ্ধবিৰতি। যাৰ বাবে পশ্চিম সীমান্তৰ ১৬খন জিলাক স্পৰ্শকাতৰ ঘোষণা কৰিবলগীয়া…

জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ?

১৯৭১ যুদ্ধত পাকিস্তান দুটুকুৰা হৈছিল৷ জন্ম হৈছিল নতুন এখন দেশৰ৷ নাম–বাংলাদেশ। এইবাৰো প্ৰশ্ন উঠিছে–যদি পাকিস্তান ভাৰতৰ সৈতে পূৰ্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হয়, তেনেহ’লে ১৯৭১ৰ পাছত আকৌ এবাৰ খণ্ড বিখণ্ড হ’ব নেকি পাকিস্তান? জন্ম হ’ব নেকি আৰু এখন নতুন দেশৰ! যাৰ…

অসামৰিক প্ৰতিৰক্ষা Civil Defence কি? জৰুৰীকালীন পৰিস্থিতিত দেশক সেৱা কৰি আহিছে চিভিল ডিফেন্স ভ’লণ্টিয়াৰে

বুধবাৰৰ দিনটোত সমগ্ৰ দেশত সম্পন্ন হ’ল মকড্ৰিল৷ যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধনতা, আত্মৰক্ষাৰ কৌশল এই মকড্ৰিলৰ জৰিয়তে প্ৰদৰ্শন কৰা হ’ল৷ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি, দেশৰ ২৪৪ খন জিলাত চিভিল ডিফেন্স (Civil Defence)ৰ এই মকড্ৰিল সম্পন্ন কৰা হৈছে৷ যুদ্ধৰ উত্তেজনাৰ মাজতেই এই…

Indo Pak War: ৯৩ হাজাৰ পাকিস্তানী সেনাই  আত্মসমৰ্পণ কৰা সেই দিনটো

‘পূৱৰ ৰণাংগনত ভাৰত আৰু বাংলাদেশৰ যৌথ সামৰিক বাহিনীৰ কামাণ্ডাৰ ইন ছীফ লেফটেনেণ্ট জেনেৰেল জগজিত সিং অৰোৰাৰ ওচৰত পাকিস্তানৰ ইষ্টাৰ্ণ কামাণ্ডৰ সকলো সামৰিক বাহিনীয়ে আত্মসমৰ্পণৰ বাবে সন্মত হৈছে৷ এই আত্মসমৰ্পণ পাকিস্তানৰ সেনা, নৌ আৰু বিমান বাহিনী তথা সামৰিক আৰু অসামৰিক সশস্ত্ৰ…

১৯৭১ত কেনেকৈ পাকিস্তানক দুফাল কৰিছিল ভাৰতে?

আৰম্ভ হ’ল ভাৰত পাকিস্তানৰ সমুখ সমৰ৷ পহলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ দিলে ভাৰতে। ইয়াৰ লগে লগে প্ৰশ্ন উঠিছে-পুনৰাবৃত্তি হ’ব নেকি ১৯৭১ৰ? কি ঘটিছিল ১৯৭১ত? কেনেকৈ আমেৰিকা আৰু চীনৰ প্ৰবল প্ৰত্যাহ্বানকো নেওচি ভাৰতে বিজয় সাব্যস্ত কৰিছিল? কিদৰে পাকিস্তানক দুফাল কৰি জন্ম দিছিল…

Mock Drill: গৃহ মন্ত্ৰালয়ে কিয় দিলে মক ড্ৰিলৰ নিৰ্দেশ? ইয়াৰ পূৰ্বে দেশত কেতিয়া বাজিছিল চাইৰেন?

Mock Drill: ২২ এপ্ৰিলত জন্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণক লৈ সতৰ্ক হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। এই ঘটনাত ২৬ গৰাকী নিৰীহ লোকৰ মৃত্যুৱে নিৰাপত্তাৰ দিশটোক লৈ নতুন চিন্তা বঢ়াই তুলিছে। এতিয়ালৈকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত কেইবাখনো উচ্চ…