Investigative reporting with dedication.
লকডাউনত বাঢ়িছে শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ ঘটনা

লিখিছে- ববিতা শইকীয়া আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ধয়ক, অসম বচ্পন বচাও আন্দোলন , নতুন দিল্লী। প্ৰশ্ন হয় মনত, কৰ’না আৰু লকডাউন ৰ দৰে গভীৰ সমস্যা এটাৰ গৰাহত সমাজৰ আন আন বিষয় সমূহ তল পৰি গৈছে নেকি? বিশেষকৈ অসমত চৰকাৰী বিভাগ…










