Investigative reporting with dedication.
প্ৰথমে চা-চিনাকি,পিছত আত্মীয়তা,শেষত বৃহৎ ধনৰ ধাৰ আৰু পলায়ন!ঘটনা নলবাৰীৰ

প্ৰথমে চা-চিনাকি আৰু ভাৱমূৰ্তি প্ৰদৰ্শন,পিছত আত্মীয়তা প্ৰতিষ্ঠা,শেষত বৃহৎ ধনৰ ধাৰ আৰু পলায়ন।এইয়া দক্ষিণ ভাৰতৰ কোনোবা এখন চিনেমাৰ কাহিনী নহয়।এইয়া অসমৰ এগৰাকী ঠগ নাৰীৰ জীৱিকা,যি জীৱিকাৰ উপাৰ্জনেৰে মহিলা গৰাকীয়ে উপভোগ কৰে বিলাসী জীৱন। ঘটনা নলবাৰীৰ৷বৰপেটা জিলাৰ পাটাৰকুছি থানাৰ অনৰ্গত কোচ দীগা…









