মাহ জুন 2020

ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে গুজৰাটত কংগ্ৰেছৰ খহনীয়া

গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বেই ইজনৰ পিছত সিজন কংগ্ৰেছী বিধায়কে পদত্যাগ কৰাক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা। পদত্যাগ কৰিলে গুজৰাটৰ কংগ্ৰেছ বিধায়ক ব্ৰিজেশ মেৰজাই। ১৯ মে’ত ভোটগণনা হ’ব গুজৰাটৰ ৰাজ্যসভা নিৰ্বাচনৰ। বিধানসভাৰ সচিবালয়ে নিশ্চিত কৰে যে বিধানসভাৰ অধ্যক্ষ ৰাজেন্দ্ৰ ত্ৰিবেদীয়ে পদত্যাগ…

কেৰেলাৰ হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত এজনক গ্ৰেপ্তাৰ

কেৰেলাত সংঘটিত হোৱা হাতীৰ মৰ্মান্তিক মৃত্যুৰ ঘটনাৰ বাবে এজন জগৰীয়াক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। জানিব পৰা মতে, অনাৰসত ভৰাই থোৱা বিস্ফোৰক পদাৰ্থসমূহ ধৃত লোকজনে যোগান ধৰিছিল। অৱশ্যে ঘটনাৰ সৈতে আন কেইবাজনো জৰিতৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ৰাজ্যখনৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ প্ৰধান…

ভাৰতক লৈ ট্ৰাম্পে জনোৱা আন্তঃৰাষ্ট্ৰীয় আহ্বানে সৃষ্টি কৰিছে চীনৰ মূৰৰ কামোৰণি

জি-৭ গোষ্ঠীত ভাৰতৰ নাম অন্তৰ্ভুক্তি সন্দৰ্ভত এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধান ট্ৰাম্পে ভাৰতসহ দক্ষিণ কোৰিয়া, অষ্ট্ৰলিয়া আৰু ৰাছিয়াক জি-৭ত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছে। যদিহে দেশসমূহ অন্তৰ্ভুক্ত হয়, তেন্তে জি-৭ৰ পৰা জি-১১ হোৱাৰ সম্ভাৱনা আছে। আমেৰিকা, কানাডা, ব্ৰিটেইন,…

বিজয় মালিয়াক ভাৰতলৈ প্ৰত্যাপৰ্ণ কৰাত পুনৰ বাধা

লিকুৱেৰ কিং বিজয় মালিয়াক ভাৰতলৈ হস্তান্তৰ কৰা প্ৰক্ৰিয়াই নতুন মোৰ লাভ কৰিছে। এই মাহতে ভাৰতলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছিল। কিন্তু বৃহস্পতিবাৰে ব্ৰিটেইনৰ উচ্চস্তৰীয় কৰ্তৃপক্ষই কিছু আইনী প্ৰক্ৰিয়া বাকী আছে বুলি জনোৱাৰ পিছত এই মাহত বিজয় মালিয়াৰ প্ৰত্যাপৰ্ণৰ সম্ভাৱনা প্ৰায়েই নাইকিয়া হৈছে।…

মানৱতাৰ জয়…হিন্দু মহিলাৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান লোকে

ধৰ্মীয় বিষবাষ্পৰ লগতে ভিন্ন সাম্প্ৰদায়িক ঘটনাই সততে সংবাদ শিৰোনাম দখল কৰি আহিছে। ক’ৰোনাৰ এই জটিল সময়তো বিভিন্ন মাধ্যমত সাম্প্ৰদায়িক মনোভাৱৰ প্ৰকাশ পাই আহিছে। কিন্তু তাৰ মাজতেই খবৰ প্ৰকাশ পাইছে ধৰ্মৰ প্ৰভেদে বাধা দিব নোৱাৰা এক মানৱতাৰ কাৰ্য। এটা পণ্ডিত পৰিয়ালৰ…

ভাৰতত সংক্ৰমিত হোৱা ক’ৰোনা ভাইৰাছৰ শক্তি দুৰ্বলঃ ক’লে ICMRৰ বিজ্ঞানীয়ে

ভাৰতত হোৱা ক’ৰোনাৰ ভাইৰাছৰ নতুন তথ্য লাভ কৰিছে CSIRৰ বিজ্ঞানীয়ে । বিজ্ঞানীসকলৰ দাবী যে ভাৰতত সংক্ৰমণ হোৱা ক’ৰোনাৰ জিন দুৰ্বল। সেয়ে এই ঘাতক ভাইৰাছক সোনকালেই প্ৰতিহত কৰিব পৰা যাব। এইদৰেই প্ৰকাশ কৰিছে ভাৰতৰ CSIRৰ বিজ্ঞানীমহলে। দেশৰ বিভিন্ন ৰাজ্যৰ পৰা ক’ৰোনাত…

মৃত্যুৰ পূৰ্বেই গম পোৱাৰ পিছতো হাতীজনীৰ মৃত্যুৰ পিছতহে এজাহাৰ কিয়!

শেহতীয়াকৈ সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে এক মৰ্মান্তিক ঘটনাই। জীৱশ্ৰেষ্ঠ মানুহৰ কোনো দুষ্ট চক্ৰই মাটি কঁঠালৰ মাজত ফটকা ভৰাই গৰ্ভৱৰ্তী হাতীক মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাত ক্ষুব্ধ হৈছে সচেতন তথা প্ৰকৃতিপ্ৰেমী মহল। উল্লেখ্য যে কেৰেলাৰ মলপ্পুৰমত অজ্ঞাত লোকে অমানৱীয় কৰ্মকাণ্ডৰে লজ্জিত…

কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে মুকলি কৰিলে একাদশ-দ্বাদশ শ্ৰেণীৰ শৈক্ষিক কেলেণ্ডাৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী ৰমেশ পখ্ৰিয়ালে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে মুকলি কৰিলে নতুন একাডেমিক কেলেণ্ডাৰ। NCERTৰ দ্বাৰা নিৰ্মিত কেলেণ্ডাৰখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই শৈক্ষিক কেলেণ্ডাৰ অনুযায়ী শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক প্ৰযুক্তিগত তথা ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে ঘৰত থকা অৱস্থাত…

ভাৰতৰ বিৰুদ্ধে কিয় তদন্তত নামিব আমেৰিকা? বিবৃতিত প্ৰকাশ কৰিলে মাৰ্কিন প্ৰশাসনে

গুগল, ফেচবুক, এপল্, আমাজন, নেটফ্লিক্সৰ দৰে আমেৰিকাৰ আইটি কোম্পানীসমূহে অনলাইনযোগে বিক্ৰী কৰা  পণ্য সামগ্ৰীত দেশসমূহে কিমান অতিৰিক্ত কৰ লগাই, তাৰ তদন্ত কৰিব কেইখনমান আমেৰিকাই। সেই অনুসৰি ভাৰত, তুৰস্ক, ইণ্ডোনেছিয়াত আমেৰিকাই চলাব তদন্ত। মাৰ্কিন বাণিজ্য নিধিৰ তৰফৰ পৰা ৰবাৰ্ট লাইথাইজাৰে মংগলবাৰে…

কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

তিনিচুকীয়াৰ বাঘজানত অইল ইণ্ডিয়া লিমিটেডৰ তেলৰ খাদত ফাঁটত মেলাৰ ফলত তেল নিগৰিত হৈ অঞ্চলটোত বিস্তৰ ক্ষতিসাধন কৰিছে। বুধবাৰে ছিংগাপুৰৰ পৰা বিশেষজ্ঞৰ এটি দল ৰাওনা হৈছে অসমলৈ। প্ৰকাশিত বাতৰি অনুসৰি, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈ ঘটনা সন্দৰ্ভত সহায়…