মাহ এপ্ৰিল 2023

মনৰ কথা কয় কিন্তু শুনা মানুহ নাই !

মোডীৰ মন কী বাত কোনেও নুশুনে !উত্তৰ – দক্ষিণ – পূৱ সকলোতে মন কী বাতলৈ অনীহা।চি এছ ডি এছৰ সমীক্ষাই উদঙালে ভুৱা দাবীৰ স্বৰূপ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাতৰ ১০০ সংখ্যক এপিচোড সম্প্ৰচাৰ হ’ব দেওবাৰে । তাৰ বাবে দেশজুৰি ব্যাপক…

কি হ’ল কেবিনেটত?

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি অহা ৩,৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।ৰাজ্যিক কেবিনেটত শনিবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।৩,৪ মে’ত ঘোষণা হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফল।১১ মে’ত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ।৫ খন…

ৰংঘৰে দুৱাৰ আৰু নেমেলিব !

৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক ৰংঘৰৰ ঐতিহ্যত ঘূণে ধৰিছে।ৰংঘৰত শব্দ আৰু পোহৰৰ প্ৰতিফলন ঘটাই সৃষ্টি কৰা হৈছে ধৰ্মীয় চিহ্ন আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি !এছিয়াৰ ভিতৰতে প্ৰথম পেভিলিয়ন হিচাপে খ্যাত ৰংঘৰৰ ওপৰত চলোৱা ‘অনাকাংক্ষিত হাতোঁৰাই’ পুনৰবাৰ অসমবাসীৰ সন্মানত কুঠাৰাঘাত কৰিছে।২০১৬…

হাতৰ কুঠাৰ ভৰিত মাৰি সংকটত অসম বিজেপি !

অসম বিজেপি বৰ্তমান আৰু disciplined party হৈ থকা নাই।অসম বিজেপিত এতিয়া পুৰণি বিজেপিৰ গুৰুত্ব নাই।পুৰণা বিজেপিয়ে প্ৰতিদিনেই ক্ষোভ উজাৰি আহিছে নতুন বিজেপিৰ বিৰুদ্ধে।এইবাৰ কিন্তু ক্ষোভ উজৰা জন আন কোনো নহয়।বিজেপিৰ প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা !অৱশ্যে…

IPL এ ধ্বংস কৰিব ক্ৰিকেটক !

৬ জন ক্ৰিকেটাৰক ২০ কোটি টকাৰ অফাৰ IPLৰ! দেশৰ ক্ৰিকেটক শেষ কৰাৰ পৰিকল্পনা IPL ফ্ৰেঞ্চাইজীৰ! ইংলেণ্ডৰ ক্ৰিকেটাৰক মোটা অংকৰ ধনৰ প্ৰলোভন IPL ফ্ৰেঞ্চাইজীৰ ! আই পি এল দলবোৰে দেশৰ হৈ খেলি ক্ৰিকেটাৰসকলে যিমান ধন লাভ কৰে তাতকৈ বহুত বেছি ধন…

ধানৰ ভাপ,ঋষিৰ শাপ দুয়োটাতে দগ্ধ বিজেপি !

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনে জোলোকাজোলোকে পানী খুওৱাৰ সময়তে বিজেপি দলৰ বাবে অশনি সংকেত কঢ়িয়াইছে বিৰোধী ঐক্যই ।বিৰোধীৰ মাজত বিভাজন সৃষ্টিৰ বাবে নানান কূট কৌশল ৰচনা কৰিও ব্যৰ্থ হোৱা বিজেপিয়ে এতিয়া ভিতৰি ভিতৰি যেন ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত ভুগিছে৷ক্ষমতা হেৰুওৱাৰ দুঃস্বপ্নত নিদ্ৰাহীনতাত ভোগা…

ভিটামিন খাওঁতে সাৱধান !

সাৱধান!ঔষধৰ নামত বৰবিহ বিক্ৰী হৈ আছে বজাৰত!আজিয়েই পৰীক্ষা কৰক কি কি ঔষধ সেৱন কৰাটো বিপজ্জনক ! সততে ব্যৱহাৰ হোৱা কেইবাটাও ঔষধ সেৱনৰ ক্ষেত্ৰত জাৰি কৰা হৈছে সতৰ্কবাণী। আইৰণ, ফলিক এচিড টেবলেট তথা প্ৰ’বায়’টিককে ধৰি মাল্টিভিটামিন টেবলেটলৈকে, ৪৮ টা ঔষধৰ ক্ষেত্ৰত…

ভোকত মৰাতকৈ ভোটেই নিদিয়ে বিজেপিক !

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই অনাগত নিৰ্বাচনত ভয়ংকৰ বিপৰ্যয় কঢ়িয়াই আনিছে বিজেপিলৈ।এডিনা নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষাত প্ৰকাশ যে কৰ্ণাটকৰ ভোটাৰক দুৰ্নীতি,মূল্যবৃদ্ধি,নিবনুৱা সমস্যাই ইমানেই জুৰুলা কৰিছে যে তেওঁলোকে এই তিনিটা বিষয়ৰ সমাধান দিব পৰা দলৰ প্ৰাৰ্থীকহে এইবাৰ…

জোপা এৰি খোপাত ধৰিছে বিজেপিয়ে !

প্ৰতিষ্ঠানবিৰোধী ঢৌৱে জুৰুলা কৰা বিজেপিক উদ্ধাৰৰ বাবে কৰ্ণাটকত ইখনৰ পাছত সিখন সমাবেশ ,সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই।বিগত ৫ টা বছৰ শাসনত থাকিও কৰ্ণাটকৰ উন্নয়ন সাধনত ব্যৰ্থ হোৱা বিজেপিক পুনৰ ক্ষমতাত বহাবলৈ…

মধ্য প্ৰদেশত বিজেপি দুফাল !

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত৷২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত !তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক অকল্পনীয় সপোন ,এক…