Investigative reporting with dedication.
কেকোঁৰাই চেপাদি চেপিছে,কুঁহিয়াৰ পেৰাদি পেৰিছে মোডীয়ে

মোডীৰ অমৃতকালৰ কেকোঁৰাচেপাত বিধ্বস্ত দেশবাসী অমৃতকালৰ অভিশাপ কঢ়িয়াবলৈ সাজু নে আপুনি? অমৃতকালৰ ভয়ংকৰ অভিশাপ জাপি দিলে খোদ মোডী চৰকাৰেই।কাৰণ, ঔষধৰ দাম বাঢ়িল। পৌৰ কৰ বাঢ়িল। বিদ্যুতৰ ফিক্সড চার্জ বাঢ়িল। পুনৰ বাঢ়িল টোল কৰ। এক ভয়াবহ অৱস্থা। কাৰণ ভাল দিন, পৰিবৰ্তনৰ…






