মাহ মাৰ্চ 2023

পৌৰ কৰৰ বিৰুদ্ধে ওদালগুৰিত প্ৰতিবাদ

সম্প্ৰতি বৰ্ধিত পৌৰ কৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে শুকুৰবাৰে ওদালগুৰিতো বৰ্ধিত পৌৰ কৰক লৈ নাগৰিক অধিকাৰ দাবী সমিতি,ওদালগুৰিৰ সদস্য সকলে ওদালগুৰিৰ পৌৰপতি,উপায়ুক্ত, ওদালগুৰি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান কৰাৰ লগতে উপায়ুক্তৰ জৰিয়তে ওদালগুৰিৰ অভিভাৱক মন্ত্ৰী বিমল…

নৰেন্দ্ৰ মোডী কিমান পঢ়া,কিয় লাগে কেজৰিৱালক?

প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বিচাৰি পুনৰ মুখথেকেঁচা খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ে নৰেন্দ্ৰ মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ ছাৰ্টিফিকেট দাখিল কৰাৰ বিষয়টোক নস্যাৎ কৰে।শুকুৰবাৰে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বীৰেন বৈষ্ণৱৰ এজনীয়া বিচাৰপীঠে প্ৰধানমন্ত্ৰী…

অমৃতকালৰ বিষাক্ত উপহাৰ জনতাক!

১ এপ্ৰিলৰ পৰা বিজেপি চৰকাৰে বিষাক্ত কৰিব জনতাৰ জীৱন? মূল্যবৃদ্ধিৰে জনতাৰ পকেট কাঢ়িবলৈ সাজু চৰকাৰ ! কিয়নো ১ এপ্ৰিলৰ পৰা ভয়াৱহ ৰূপত সলনি হৈ পৰিব সৰ্বসাধাৰণৰ জীৱন। অমৃতকাল ভয়ংকৰ শাপ হৈ পৰিব সৰ্বসাধাৰণৰ জীৱনৰ বাবে।জনতাৰ পকেট কটাৰ সকলো ষড়যন্ত্ৰৰ আৰম্ভণি…

ৰাম নৱমী গ’ল কিন্তু শিলাবৰ্ষণ শেষ নহ’ল

ৰাম নৱমীৰ দিনাই দেশৰ কেইবাখনো ৰাজ্যত সংঘটিত হ’ল সংঘৰ্ষ।দেশৰ আন প্ৰান্তৰ লগতে পশ্চিমবংগতো সৃষ্টি হৈছিল সংঘৰ্ষৰ।কিছুমান দোকান তথা অট’ৰিক্সাৰ ওপৰতো চলিছিল আক্ৰমণ।ৰাম নৱমীৰ শোভাযাত্ৰা উলিওৱাৰ সময়ত পশ্চিম বংগৰ হাওৰা জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টি…

ঘৰটো বাদেই,দেশৰ পৰাই বাহিৰ হোৱাৰ দিন আহিল নেকি মোডীৰ?

মোডী হটাও দেশ বচাও শ্লোগান সন্নিৱিষ্ট প’ষ্টাৰ লগাই গ্ৰেপ্তাৰ হ’ল ৮ জন ।উল্লেখ্য যে আম আদমি পাৰ্টিয়ে ৩০ মাৰ্চৰ পৰা সমগ্ৰ দেশত আৰম্ভ কৰিছে ৰাষ্ট্ৰযোৰা প’ষ্টাৰিং অভিযান।এই অভিযানৰ অংশ হিচাপে আম আদমি পাৰ্টীৰ সদস্যই আৰম্ভ কৰিছে প’ষ্টাৰিং অভিযান।আহমেদাবাদ আৰক্ষীয়ে অকৰ্তৃত্বশীলভাৱে…

ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব নীতিন গাডকাৰীয়ে?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজনৈতিক জীৱনক লৈ কেইবাবাৰো তিক্ততা প্ৰকাশ কৰিছে। তেওঁ আনকি লাগে শেহতীয়াকৈ এনেকৈয়ো কৈছে যে তেওঁ কাকো তেল নামাৰে।বিগত দেওবাৰে তেওঁৰ ঘনিষ্ঠ ৰাজনৈতিক মহলক হতচকিত কৰি তেওঁ কয় যে তেওঁ তেওঁৰ কেৰিয়াৰত বহুবোৰ কাম কৰিলে।যদি তেওঁক জনতাই…

বিকৃত গামোচা পিন্ধা সকলক গ্ৰেপ্তাৰৰ দাবী

“গামোচা বিকৃত কৰা আটাইকেইজন ব্যক্তিকেই গ্ৰেপ্তাৰ কৰিব লাগে৷বিজেপিয়ে হিন্দু-বাংলাদেশীৰ সমৰ্থনত অসমীয়াক যিমান অপমান কৰিছে গোটেই জীৱনত অসমীয়াই সিমান অপমান পোৱা নাই৷অসমীয়াৰ সন্মানৰ প্ৰতীক গামোচাক দুচোৱা কৰিছে , তাতকৈ ভয়ংকৰ কি হ’ব পাৰে ? বাংলা সাহিত্য সভা , ৰণোজ পেগু, অনুৰাধা…

নগাঁৱত যুগল নাট্য সন্ধিয়া

নগাঁৱত বিশ্ব নাট্য দিৱস উপলক্ষে বিশেষ নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে।যুগল নাট্য সন্ধিয়াত দুগৰাকীকৈ শিল্পীৰ জৰিয়তে নাট প্ৰদৰ্শন।বিশ্ব নাট্য দিৱসৰ সৈতে সংগতি ৰাখি নগাঁৱত অনুষ্ঠিত হ’ল নাট্য সন্ধিয়া ।নগাঁৱৰ পৰিবেশ্য কলাৰ অন্যতম অনুষ্ঠান “সূত্ৰধাৰ”ৰ উদ্যোগত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত…

ভাৰোত্তোলনত চেম্পিয়ন বেদব্ৰত

অসমৰ ক্ৰীড়া ক্ষেত্ৰত ইটোৰ পাছত সিটো সুখবৰ । এইবাৰ বিশ্ব চেম্পিয়নশ্বিপত ভাৰোত্তোলনত অসমীয়াৰ প্ৰথমটো পদক।বিশ্ব যুৱ ভাৰোত্তোলন চেম্পিয়নশ্বিপত উজলি উঠিছে অসমৰ বেদব্ৰত ভৰালী নামৰ যুৱকজন। ইউৰোপ মহাদেশৰ আলবেনিয়াৰ ডুৰেছত অনুষ্ঠিত IWF world youth championship 2023 প্রতিযোগিতা খনত ভাৰতীয় দলক প্রতিনিধিত্ব…

চৰকাৰী বিষয়াক চিকিৎসকৰ ভাবুকি

এইবাৰ এজন চিকিৎসকে ধুবুৰীৰ সমাজ কল্যাণ কাৰ্য্যালয়ৰ জিলা সমাজ কল্যাণ বিষয়া সূৰ্য বৰুৱাক প্ৰদান কৰিলে ভাবুকি।ভাড়া ঘৰত নিশা ৯ বজাত উপস্থিত হৈ অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়ে চিকিৎসকজনে।কেৱল ভাবুকিয়েই নহয় শাৰীৰিক ভাবেও অপদস্থ কৰাৰ চেষ্টা…