Investigative reporting with dedication.
নামঘৰৰ প্ৰতিষ্ঠাতা আছিল মুছলমান,মচি পেলালে নাম

১৯ নং অসম আৰক্ষী বেটেলিয়নৰ নামঘৰৰ পৰা প্ৰতিষ্ঠাপক মুছলেহুদ্দিন আহমেদৰ নাম আঁতৰাই দিয়াক লৈ চিলাপথাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে সত্ৰাধিকাৰ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে।মুছলেহুদ্দিন আহমেদ এগৰাকী ব্যতিক্ৰমী আৰক্ষী বিষয়া, যিগৰাকী আৰক্ষী বিষয়াৰ কৰ্মই বিভিন্ন সময়ত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ।এইগৰাকী…










