সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

চিনেমা

২০২২ বৰ্ষৰ ৯৪ সংখ্যক অস্কাৰ বঁটা প্ৰদান, ‘কোডা’ ছবিলৈ শ্ৰেষ্ঠ অস্কাৰ বঁটা

দেওবাৰে একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সেছ (এএমপিএএছ)ৰ দ্বাৰা প্ৰদান কৰা হয় ৯৪ সংখ্যক অস্কাৰ বঁটা। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ১ মাৰ্চৰ পৰা ৩১ ডিচেম্বৰ ২০২১-ৰ ভিতৰত মুক্তি প্ৰাপ্ত শ্ৰেষ্ঠ চলচ্চিত্ৰসমূহক সন্মানিত কৰা হয় এই…

দ্যা কাশ্মীৰ ফাইলচক লৈ কি ভুৱা প্ৰচাৰ চলাইছে পৰিচালক বিবেক ৰঞ্জন অগ্নীহোত্ৰীয়ে?

দ্যা কাশ্মীৰ ফাইলচক লৈ কি ভুৱা প্ৰচাৰ চলাইছে পৰিচালক বিবেক ৰঞ্জন অগ্নীহোত্ৰীয়ে? দ্য ক্ৰছকাৰেণ্ট ফেক্টচেক- https://youtu.be/yb54MVxQNtQ

কিয় কাশ্মিৰী পণ্ডিতে কাশ্মীৰ পৰিত্যাগ কৰিব লগা হৈছিল?

কি কাৰণে কাশ্মিৰী পণ্ডিতে কাশ্মীৰ পৰিত্যাগ কৰিব লগা হৈছিল? কাৰ কাৰণে কাশ্মিৰী পণ্ডিতসকল নিজৰ ঘৰ হেৰুৱাব লগা হৈছিল? কাশ্মিৰী পণ্ডিতৰ কাশ্মীৰ পৰিত্যাগ কৰিব লগা হোৱাৰ কাৰণে কেৱল এটা ধর্মৰ মানুহেই দোষী নে? দ্য কাশ্মীৰ ফাইলচৰ মুক্তিৰ পাছত- এনে…

কিন্তু বিকি আলীৰ এনকাউন্টাৰ সমর্থনযোগ্যনে?

৷নিৰজ দাসৰ এনকাউন্টাৰৰ পিছত জিপি সিঙৰ টুইটাৰত দেখা গৈছিল নিউটনৰ সূত্ৰ৷এইবাৰ দেখা গ’ল গীতাৰ বাণী৷ সংঘটিত হল আৰু এটা এনকাউন্টাৰ৷এনকাউন্টাৰত প্ৰাণ গ’ল ধর্ষণত অভিযুক্ত বিকি আলীৰ৷কিছুসময়ৰ পিছতে আহিল আন এটা এনকাউন্টাৰৰ খবৰ৷এইবাৰ এনকাউন্টাৰত প্ৰাণ…

চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানঃ দাক্ষিণাত্যৰ ভগৱান ৰজনীকান্তলৈ দাদাচাহেব ফাল্কে বঁটা

দিল্লীত অনুষ্ঠিত হৈ গ'ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সোমবাৰে দিল্লীৰ বিজ্ঞান ভৱনত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে প্ৰদান কৰে এই বঁটা কংগনা ৰণাৱাত তথা মনোজ বাজপেয়ী আৰু ধনুষকো প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ…

সুখবৰঃ অস্কাৰৰ দৌৰত প্ৰথম অসমীয়া ছবি ব্ৰীজ

এটা ভাল খবৰ। বিশ্ব চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান অস্কাৰ আঁজুৰি অনাৰ বাবে প্ৰথমবাৰৰ বাবে ৰণাংগনত নামিবলৈ সক্ষম হৈছে অসমীয়া ছবি ব্ৰীজ। বিদেশী ভাষাৰ ছবি(Foreign Language Films)ৰ মনোনয়ন(Nomination) বাবে ভাৰতৰ তৰফৰ পৰা অস্কাৰ বঁটাৰ বাবে পঠিওৱা হব…

হৃদৰোগত আক্ৰান্ত হৈ নহয় অন্য কাৰণতহে মৃত্যু হৈছিল অভিনেতা সিদ্ধাৰ্থ শুক্লাৰঃ ৰাখী সাৱন্ত

বিগত ৫ দিন পূৰ্বে ৰহস্যজনক ভাৱে মৃত্যুক সাৱটি অভিনেতা সিদ্ধাৰ্থ শুক্লাই । অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে কেৱল তেওঁৰ ঘনিষ্ঠ আৰু প্ৰিয়জনকেই বিচলিত কৰাই নহয় সমগ্ৰ ছবি উদ্যোগটোকো হতবাক কৰি তুলিছে এই অনাকাংক্ষিত খবৰটোৱে। এতিয়া অভিনেতাজনৰ…

পুনৰ কি নতুন বিতৰ্কত বলীউডৰ লেডী ডন কংগনা ৰাণাৱত?

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱতৰ বিষয়ে আপোনাক হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বিভিন্ন বিতৰ্কিত মন্তব্য আৰু অনন্য জীৱন-শৈলীৰ বাবে প্ৰায়েই চৰ্চালৈ আহে কংগনা। কিন্তু এইবাৰ আহিবলগীয়া ছবি "থালাইভি"ক কেন্দ্ৰ কৰি সংবাদ শিৰোনাম দখল কৰিছে…

অসম সন্তান আদিল হুছেইনলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

ৱাশ্বিংটন ডিচি দক্ষিণ এছিয়া চলচ্চিত্ৰ মহোৎসৱত "ৰাহগীৰ" ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিলে অসম সন্তান আদিল হুছেইনে। অভিনেতা জনে টুইটাৰ যোগে ৰাজহুৱা কৰিছে এই কথা। জেষ্ঠ অভিনেতা জনৰ সফলতাক লৈ এতিয়া উৎসাহী অসমৰ জনতা।