কিয় কাশ্মিৰী পণ্ডিতে কাশ্মীৰ পৰিত্যাগ কৰিব লগা হৈছিল?

Share This Article

কি কাৰণে কাশ্মিৰী পণ্ডিতে কাশ্মীৰ পৰিত্যাগ কৰিব লগা হৈছিল? কাৰ কাৰণে কাশ্মিৰী পণ্ডিতসকল নিজৰ ঘৰ হেৰুৱাব লগা হৈছিল? কাশ্মিৰী পণ্ডিতৰ কাশ্মীৰ পৰিত্যাগ কৰিব লগা হোৱাৰ কাৰণে কেৱল এটা ধর্মৰ মানুহেই দোষী নে?
দ্য কাশ্মীৰ ফাইলচৰ মুক্তিৰ পাছত- এনে বহু প্ৰশ্ন উত্থাপন হৈছে৷ চিনেমাখনৰ মুক্তিৰ পাছত চিনেমাখনৰ পক্ষ আৰু বিপক্ষক লৈ হৈছে উলম্ব বিভাজন৷ চিনেমাখনৰ সমর্থকসকলৰ মতে- দ্য কাশ্মীৰ ফাইলচত কাশ্মীৰী পণ্ডিতৰ বেদনাৰ প্ৰকৃত ছবিখন ফুটি উঠিছে৷ অন্যহাতে অন্য কিছুৰ মতে- দ্য কাশ্মীৰ ফাইলচত কেৱল কাশ্মীৰী পণ্ডিতৰ ওপৰত হোৱা অত্যাচাৰৰ কথা কোৱা হৈছে আৰু চিনেমাখনৰ জৰিয়তে সমগ্ৰ মুছলিম সমাজৰ ওপৰত প্ৰশ্ন তোলা হৈছে৷

 

স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি – https://rzp.io/l/ZrpLsROos Visit: https://thecrosscurrent.in/ Follow Us Facebook: https://www.facebook.com/TheCrossCurrent YouTube: https://www.youtube.com/c/TheCrossCurrentYoutube Instagram: https://www.instagram.com/crosscu

 

 

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.