সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কবি জীৱন নৰহলৈ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা

মোমাইদেউৰ ফুলনি, শুনা মোৰ ফুল কলি, টাৰি-ৰি, সোৱৰণীৰ সোণ, ঢৌ খেলা ল’ৰালিৰ ছাঁ, তুমি পকা ধানৰ দৰে গোন্ধাইছা, অ’ মোৰ ধুনীয়া কপৌফুল আদি ভিন্ন কাব্য গ্ৰন্থৰ স্ৰষ্টা জীৱন নৰহলৈ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা- ২০২১। গুৱাহাটী কমাৰ্চ কলেজৰ উদ্যোগত প্ৰথম বাৰলৈ প্ৰদান কৰা হৈছে এই বঁটা। উল্লেখ্য যে জীৱন নৰহ বৰ্তমান নগাঁও ADP কলেজৰ অধ্যাপক।

Leave A Reply

Your email address will not be published.