মাহ ছেপ্টেম্বৰ 2020

য়ুমথাং উপত্যকা: শীত, সুৰা, আৰু কিছুমান সানমিহলি অভিজ্ঞতা-জিতাদিত্য নাৰ্জাৰী

“অত্যধিক তুষাৰপাতৰ বাবে ৰাস্তা বন্ধ। অলপদূৰ গৈ চাওঁক তথাপি, কাৰণ দিনটোৰ বাবে আৰু বেলেগ কাম একো নাই। “ ৰাতিপুৱাই লাচুঙৰ হোটেল মেনেজাৰজনৰ লগত এনে এক হতাশাজনক বাৰ্তালাপ কৰি মুডটো নষ্ট হৈ গল। তথাপি “বেগাৰ্ছ কাণ্ট বি চুজাৰ্ছ” বুলি ভাবি ব্রেকফাষ্ট…

ডিজিটেল প্লেটফৰ্মত বুঢ়ী আইৰ সাধু

পৃথিৱীত ডিজিটেল যুগৰ আৰম্ভণি ইতিমধ্যেই হৈছে৷ বেছিসংখ্যক বৃত্তিগত দায়িত্বই এতিয়া কম্পিউটাৰতেই সম্পাদিত কৰা হয়৷ তদুপৰি ঘৰুৱা বা একান্তই নিজস্ব সময়বোৰো মানুহে এতিয়া বেছিভাগ সময় ডিজিটেল দুনিয়াত ভ্ৰমন কৰি ফুৰিবলৈ ধৰিছে ফেচবুক, টুইটাৰ আদি সামাজিক মাধ্যমবোৰৰ যোগেদি৷ এনে এক জটিল সময়ত…

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ পিছত আজি টুইটাৰ…

বৰ্ধিত কৰকলৈ অসন্তুষ্ট Toyota, ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত

যি সময়ত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ বিশ্বৰ কোম্পানী সমূহক ভাৰতত নিজৰ কাৰখানা স্থাপন কৰিবলৈ আহ্বান কৰি আহিছে, তেনে সময়ত প্ৰতিষ্ঠিত গাড়ী নিৰ্মাতা কোম্পানী Toyota এ ভাৰতত নিজৰ উৎপাদন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে। আজি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি Toyota…

ৰাষ্ট্ৰসংঘৰ ECOSOC ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত

ৰাষ্ট্ৰসংঘৰ Economic and Social council (ECOSOC ) ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত। ৪ বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কমিচন অন ষ্টেটাছ অৱ ৱমেনৰ সদস্য ৰূপে থাকিব ভাৰতবৰ্ষ। ২০২১ চনৰ পৰা ২০২৫ চনলৈ এই আয়োগৰ সদস্যৰূপে থাকিব ভাৰতবৰ্ষ। আৰু এই কথা টুইটাৰ…

নিজৰ জীৱন নিজেই বচাওঁক, কিয়নো প্ৰধানমন্ত্ৰী এতিয়া ময়ূৰৰ লগত ব্যস্ত: ৰাহুল গান্ধী

সংসদৰ বৰ্ষা কালীন অধিবেশনৰ আৰম্ভণিৰ ঠিক আগে আগে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হল ৰাহুল গান্ধী।দেশত কৰুণা ভাইৰাছৰ বৃদ্ধিক লৈ ৰাহুল গান্ধীৰ আক্ৰমণ নৰেন্দ্ৰ মোডীক। আজি টুইটাৰ যোগে ৰাহুল গান্ধীয়ে কয় যে “কৰুণা সংক্ৰমণৰ সংখ্যা এই সপ্তাহত…

সাম্প্ৰতিক (৫): ৰাজনৈতিক/অৰাজনৈতিক-বিশ্বজিৎ বৰা

“এসময়ত ‘অৰাজনৈতিক’ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই গঠন হোৱা অসম গণ পৰিষদৰ দৰে ৰাজনৈতিক দল তথা একেখন মজিয়াৰ পৰাই অহা বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে ৰাজনৈতিক নেতাই অসমবাসীৰ জীৱনক লৈ যি হেতালি খেলিছে, তাক পুনৰাই দোহৰোৱাৰ…

ৰাজ্যত চাৰিখন নতুন মেডিকেল কলেজৰ অনুমোদন

আজি অসম চৰকাৰে ৪ খন নতুন মেডিকেল কলেজৰ অনুমোদন দিছে। আজি এক সংবাদমেল যুগে এই কথা ঘোষণা কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৪ খন মেডিকেল কলেজৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে প্ৰায় ২৫০০ কোটি টকা।গোৱালপাৰা, গুৱাহাটী, চৰাইদেও আৰু বিশ্বনাথত এই চাৰিখন…

কিয় ক্ষমা খুজিলে বহুবল্কী বিজেপি প্ৰবক্তা সম্বিত পাত্ৰাই?

বহুবল্কী বিজেপি প্ৰবক্তাই টেলিভিছনৰ এক বিতৰ্কিত কৰা তেওঁৰ মন্তব্যৰ বাবে ক্ষমা খুজিছে। সাধাৰণতে লাগ বান নোহোৱা কথাৰে টিভি বিতৰ্কত প্ৰতিপক্ষক হাৰাশাস্তি কৰা সম্বিত পাত্ৰাই এনেদৰে ক্ষমা বিচৰা নজিৰ তেনেই দুৰ্লভ। যোৱা কালি India Today নামৰ নিউজ চেনেলটোৰ এক বিতৰ্কত এংকৰ…

নৰেন্দ্ৰ মোদী চৰকাৰক GDP, নিবনুৱা সমস্যাক লৈ পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰক। আজি টুইটাৰ যোগে নৰেন্দ্ৰ মোদী চৰকাৰক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কয় যে মোদী চৰকাৰে কৰোনা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে যি সু পৰিকল্পিতভাবে যুজঁ দিলে তাৰ বাবেই আজি দেশৰ…