ৰাষ্ট্ৰসংঘৰ ECOSOC ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত

Share This Article

ৰাষ্ট্ৰসংঘৰ Economic and Social council (ECOSOC ) ৰ সদস্য ৰূপে নিৰ্বাচিত হ’ল ভাৰত। ৪ বছৰৰ বাবে ৰাষ্ট্ৰসংঘৰ কমিচন অন ষ্টেটাছ অৱ ৱমেনৰ সদস্য ৰূপে থাকিব ভাৰতবৰ্ষ। ২০২১ চনৰ পৰা ২০২৫ চনলৈ এই আয়োগৰ সদস্যৰূপে থাকিব ভাৰতবৰ্ষ। আৰু এই কথা টুইটাৰ যোগে সদৰী কৰিছে ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি. এছ. তিৰোমূৰ্তিয়ে। এই সদস্য পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল ভাৰত, আফগানিস্তান আৰু চীনে। আৰু অৱশেষত ৫৪ গৰাকী সদস্যৰ সমৰ্থনেৰে নিৰ্বাচিত হৈছে ভাৰত আৰু আফগানিস্তান।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.