মাহ ছেপ্টেম্বৰ 2020

তেওঁলোকে Dislikeৰ সুবিধা বন্ধ কৰিব পাৰে কিন্ত আপোনালোকৰ কণ্ঠক দমন কৰিব নোৱাৰে: ৰাহুল গান্ধী

যোৱা কিছুদিন ধৰি নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’কে আৰম্ভ কৰি বিভিন্ন অনুষ্ঠানৰ Youtube সম্প্ৰচাৰত দেশৰ যুৱ শক্তিয়ে Dislike ৰ পাহাৰ গঢ়াৰ পাছত বিজেপি আৰু প্ৰধান মন্ত্ৰী কাৰ্য্যালয়ে নৰেন্দ্ৰ মোদীৰ ভিডিওত Youtube ত ‘Like’-‘dislike’ ৰ সুবিধা বন্ধ কৰাৰ পাছতে এইবাৰ সৰৱ…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে চীনা নাগৰিকক ভাৰতীয় সেনাৰ সহায়

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন অব্যাহত থকাৰ সময়তে ভাৰত চীনৰ আন এক সীমান্ত উত্তৰ ছিক্কিমত ভাৰতীয় সেনাৰ মানৱীয়তাই হৃদয় জিনিছে সকলোৰে। জানিব পৰা মতে যোৱা ৩ ছেপ্টেম্বৰ তাৰিখে সাগৰ পৃষ্ঠৰ পৰা ১৭৫০০ ফুট উচ্চতাত থকা উত্তৰ ছিক্কিমত তিনি জন চীনা…

৫ বছৰ পাৰ হল যদিয়ো বুলেট ট্ৰেইন নাহিল, ২০২৮ লৈ কৰিব লাগিব অপেক্ষা

pic: Indian Express

বুলেট ট্ৰেইনৰ প্ৰতিশ্ৰুতিৰে লোকসভা নিৰ্বাচনৰ সময়ত ভাষণ শুৱনি কৰা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতি ৫ বছৰ অতিক্ৰম কৰাৰ পিছতো বাস্তৱত ৰূপায়ন হবলৈ বহু যোজন বাকী। ইণ্ডিয়ান এক্সপ্ৰেছ নামৰ বাতৰি কাকত খনৰ আজি প্ৰকাশ পোৱা অনুসৰি বৰ্ধিত খৰছ আৰু জাপানী কোম্পানীৰ…

ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল

ভাৰত-ৰাছিয়াই নিৰ্মান কৰিব AK-৪৭ ২০৩ ৰাইফল । ৩ দিনীয়া ভ্ৰমণ সূচীৰে ৰাছিয়াত উপস্থিত হৈ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰাছিয়াৰ প্ৰতিৰক্ষামন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈ চুক্তি স্বাক্ষৰ কৰে। ভাৰতক সৰ্বমুঠ ৭,৭০,০০০ অত্যাধুনিক ৰাইফল প্ৰয়োজন। তাৰে এক লাখ ৰাইফল নিৰ্মান হ’ব…

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

pic: Indian Express

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত হোৱা…

ৰাজ্যত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

আজি অসম চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যত চলি থকা সাপ্তাহিক লক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে। এই কথা টুইটাৰ যুগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। Weekend lockdown and night curfew have been lifted , however, please…

মোডী চৰকাৰে চৰকাৰী চাকৰি বিলুপ্তি কৰিব বিচাৰিছে নেকি?

নিয়মীয়া চৰকাৰী চাকৰি বিলুপ্তিকৰণৰ প্ৰচেষ্টা কৰিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰে? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ নিৰ্দেশৰ পাছতে এই অভিযোগ উঠিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে। জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিভিন্ন বিভাগক ৩০ বছৰ সময় অতিক্ৰম কৰা কৰ্মচাৰী সকলৰ service…

‘Dislike’ ৰ ভয়ত ‘like’-‘dislike’ ৰ সুবিধা বন্ধ কৰিলে বিজেপিৰ Youtube চেনেলে

কলা পতাকা নহয় এইবাৰ দিছলাইকৰ (Dislike) ভূতে খেদিছে ভাৰতীয় জনতা পাৰ্টিক। যোৱা কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কি বাত’ অনুষ্ঠানে Youtube ত বহু লাখ ‘Dislike’ লাভ কৰাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সমূহৰ Youtube ত সম্প্ৰচাৰ কৰোঁতে ‘like’ আৰু ‘dislike’…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি

বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ । ৩,০৫৩ হেক্টৰ ভূমি অন্তৰ্ভূক্ত হ’ল কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে পূৰ্বে ১৯৮৫ চনৰ পৰা সময়ে সময়ে ছটা সংযোজন ঘটাই বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত মাটিকালি বৃদ্ধি কৰা হৈছিল। পূৰ্বৰ তুলনাত ৰাষ্ট্ৰীয় উদ্যানখনত দিনক…

জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো জনকল্যাণৰ বাবে দান…