জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

Share This Article

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো জনকল্যাণৰ বাবে দান দিলে মোদীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.