মাহ ছেপ্টেম্বৰ 2020

কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ “সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত অসমীয়াৰ জাতীয় উৎসৱ বিহু উদযাপন…

বিধান সভাত গৃহীত হ’ল ৰাজ্যৰ তিনি জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ

বিধান সভা অধিবেশনত আজি মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ গৃহীত হ’ল। তিনিওটা জনগোষ্ঠীয়ে সুদীৰ্ঘ দিন ধৰি স্বায়ত্ব শাসনৰ প্ৰস্তাৱ উত্থাপন কৰি আহিছিল। অৱশ্যে UNI নামৰ নিউজ এজেন্সিৰ এক বাতৰি অনুসৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব…

ফেচবুকে নিষিদ্ধ কৰিব নেকি শিলাদিত্যক?

photo courtesy: Inside Ne

বিজেপি নেতাৰ সাম্প্ৰদায়িক প্ৰৰোচনা মূলক বক্তব্যক ফেচবুকৰ কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ খবৰে দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰাৰ পিছত আজি ফেচবুকে নিষিদ্ধ কৰিলে বিজেপি বিধায়ক টি ৰাজা সিঙক। উল্লেখযোগ্য যে টি ৰাজা সিঙৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পুৱা মন্তব্য ফেচবুকৰ একাংশ উচ্চ পৰ্যায়ৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক

দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। আৰু এইবাৰ হেকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে। হেক কৰাৰ পাছতেই এটা বিশেষ টুইট কৰিছে মোদীৰ টুইটাৰ একাউন্টৰ পৰা আৰু ৰাইজক ডিমাণ্ড কৰিছে হেকাৰে। সেই টুইটটোত উল্লেখ আছে যে…

সাংসদত বিৰোধীৰ প্ৰশ্ন কৰাৰ অধিকাৰ কিয় কাঢ়ি ল’ব বিচাৰিছে মোডী চৰকাৰে?

photo courtesy: NDTV

কৰোনাৰ সুযোগ লৈ শাসকীয় বিজেপিয়ে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰি দিয়াৰ ষড়যন্ত্ৰ কৰিছে নেকি? এই অভিযোগ আমাৰ নহয় বিৰোধীৰ। ৰাজ্য সমূহক GST ৰ প্ৰাপ্য ধন আদায় নিদি বিজেপি চৰকাৰে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কুঠাৰাঘাত কৰাৰ অভিযোগ উঠাৰ সময়তে সাংসদৰ বৰ্ষাকালীন অধিবেশনত প্ৰশ্ন…

লাডাখ সীমান্তত ‘বিকাশ বেটেলিনৰ’ এজন শ্বহীদ

লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিৰোধ কৰোঁতে ভাৰতৰ বিশেষ ‘বিকাশ বেটেলিয়নৰ’ এজন সেনাৰ মৃত্যু হোৱা বুলি কিছু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। অৱশ্যে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য এই পৰ্য্যন্ত অহা নাই। কিন্তু তিব্বতৰ নিৰ্বাসিত সাংসদৰ সদস্য…

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ: নিষিদ্ধ হ’ল PUBG

PUBG খেলুৱৈ সকলৰ বাবে দু‌‍খবৰ।আজি ভাৰত চৰকাৰে ১১৮ চীনা app নিষিদ্ধ ঘোষণা কৰে। এই নতুন App ৰ ভিতৰত আছে বহুল ভাৱে জনপ্ৰিয় PUBG। গতিকে এতিয়াৰ পৰা আপুনি আৰু PUBG খেলিব নোৱাৰিব। লাডাখ সীমান্তত চীনা সৈন্যৰ আগ্ৰাসনৰ পিছতে আজি ভাৰত চৰকাৰে…

চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিলে বহু পুৰণি ফটো

যোৱা প্ৰায় ৩১ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল ভাৱে চৰ্চিত হোৱা এটা বিষয় হৈছে লাডাখ সীমান্তত ভাৰত চীন সংঘৰ্ষ। যোৱা কিছুদিন পূৰ্বে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ বৰ বিশেষ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই যদিয়ো টিভি চেনেল সমূহে…

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ কিয় প্ৰশ্ন উত্থাপন কৰিলে CAG য়ে?

photo courtesy: Sentinel Assam

অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্তুষ্ট নহয় CAG অৰ্থাৎ Comptroller and Auditor General of India। শেহতীয়াকৈ অসম চৰকাৰৰ বিত্তীয় হিচাপকলৈ সন্দেহ প্ৰকাশ কৰি CAG য়ে নিজৰ প্ৰতিবেদনত কৈছে অসম চৰকাৰে ঘোষণা কৰা ২০১৮-১৯ ৰ বাজেটৰ অনুমান বাস্তৱিক নাছিল আৰু বহুতো আঁচনিৰ…