Investigative reporting with dedication.

দেশত দিনক দিনে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ ঘটনা। আৰু এইবাৰ হেকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক কৰিছে হেকাৰে। হেক কৰাৰ পাছতেই এটা বিশেষ টুইট কৰিছে মোদীৰ টুইটাৰ একাউন্টৰ পৰা আৰু ৰাইজক ডিমাণ্ড কৰিছে হেকাৰে। সেই টুইটটোত উল্লেখ আছে যে covid-19ৰ বাবে মোদীৰ ফাণ্ডত দান বৰঙণি কৰক। তাৰ পাছতেই হেকাৰে ডিলিট কৰিছে টুইটতো। আৰু ইতিমধ্যে জানিব পৰা গৈছে যে জন উইক নামৰ এটা গ্ৰুপে হেক কৰিছে নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত টুইটাৰ একাউণ্ট।




