কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

Share This Article

মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ “সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা।

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত অসমীয়াৰ জাতীয় উৎসৱ বিহু উদযাপন নকৰাৰ সময়ত নৰেন্দ্ৰ মোডীক সন্তুষ্ট কৰিবলৈ অসম চৰকাৰৰ এই অতি হিন্দু হবলৈ কৰা জনস্বাস্থ্য বিৰোধী পদক্ষেপক সংগঠনটোৱে ধিক্কাৰ দিয়ে আৰু দিৰ্গাপূজাৰ আয়োজন বন্ধ কৰিবলৈ আহ্বান জনায়।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.