মাহ ছেপ্টেম্বৰ 2020

ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ কেছত গ্ৰেপ্তাৰ

আজি নাৰক’টিকছ কনট্ৰ’ল বিউৰিঅ(NCB) য়ে ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিঙ ৰাজপুতৰ মৃত্যু সম্পৰ্কীয় ড্ৰাগছৰ এক গোচৰত গ্ৰেপ্তাৰ কৰে। এই গোচৰত ৰিয়া চক্ৰৱৰ্তীৰ লগতে আন প্ৰায় দহ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ ভিতৰত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক, সুশান্ত সিঙ ৰাজপুতৰ ৰান্ধনী…

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতি ঋণাত্মকেই হ’ব: FITCH

বিত্তীয় বৰ্ষ ২০২১ টো দেশৰ অৰ্থনীতিৰ কোনো বিশেষ পৰিৱৰ্তন নহয়। দেশৰ GDP ২০২১ বিত্তীয় বৰ্ষটো ঋণাত্মক হোৱাৰ সম্ভাৱনা প্ৰবল। এই তথ্য প্ৰকাশ পাইছে আমেৰিকাৰ ৰেটিং ব্যৱস্থা FITCH ৰ শেহতীয়া এক প্ৰতিবেদনত। FITCH ৰ অনুমান অনুসৰি বিত্তীয় বৰ্ষ ২০২১ ত ভাৰতৰ…

অৰুণাচল দক্ষিণ তিব্বতৰ অংশ, আমি কোনো ‘অৰুণাচল প্ৰদেশক” স্বীকৃতি নিদিওঁ: চীন

pic: Indian Express

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থকাৰ সময়তে এইবাৰ চীনৰ বিস্ফোৰণ অৰুণাচলক লৈ। যোৱা কিছুদিন পূৰ্বে ৫ জন অৰুণাচলৰ লোকক চীনা সৈন্য PLA য়ে অপহৰণ কৰা বুলি অভিযোগৰ উত্তৰত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ঝাও লিজিয়ানে কয় যে চীনে কোনো “অৰুণাচল…

১৯৭৫ চনৰ পিছত প্ৰথমবাৰলৈ লাডাখ সীমান্তত গুলীচালনা

pic: Deccan herald

লাডাখ সীমান্তত প্ৰথমবাৰলৈ ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। আজি  চীন চৰকাৰে ভাৰতীয় সেনাই যোৱা কালি অৰ্থাৎ ৭ ছেপ্টেম্বৰত LAC অতিক্ৰম কৰি সাৱধানমূলক গুলী চালনা কৰা বুলি ভাৰত চৰকাৰক দোষাৰোপ কৰিছিল। কিন্তু কিছু সময়ৰ পূৰ্বে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা…

ত্ৰিপুৰা: নীৰমহল উদয়পুৰ আৰু পিলাক-জিতাদিত্য নাৰ্জাৰী

-আগৰ খণ্ডৰ পৰা ৰাতিপুৱা উঠি মই এখন ট্ৰেইন ধৰি ধর্মনগৰৰ পৰা আগৰতলা লৈ ওলালোঁ। এইখিনিতে কৈ থোৱা ভাল হব যে ত্ৰিপুৰাৰ ৰেলব্য‌ৱস্থা মই ভবাতকৈ যথেষ্ট উন্নত আছিল। ইয়াৰ গুৰুত্বপূৰ্ণ চহৰ কেইখনক যোগ কৰি ৰেল লাইন বনোৱা হৈছে (বাংলাদেশলৈ সংযোগ কৰাৰ…

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ’ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

EIA ক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?

EIA-2020 ৰ বিৰুদ্ধে দেশৰ শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকল সৰৱ হৈ উঠাৰ সময়তো কিয় কোনো কানসাৰ নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ। ইতিমধ্যে দেশৰ ৫ শতাধিক শিক্ষাবিদ , বিজ্ঞানী আৰু গৱেষক সকলে এই জননীখন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত…

প্ৰায় দুই শতাধিক কৰ্মচাৰীক বহিষ্কাৰৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

যোৱা মাৰ্চ মাহৰ পৰা হোৱা দেশজুৰি লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশৰ ভয়ংকৰ ক্ষতি সাধন হৈছে। ইয়াৰ প্ৰভাৱ দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কম বেছি পৰিমাণে পৰিছে যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ নিম্ন শ্ৰেণীৰ কৰ্মী সকলৰ ওপৰত। কোনোবাই যদি…