মাহ নৱেম্বৰ 2021

যোৰহাটৰ ৰাজপথত আছু নেতাক হত্যা কৰা ১৩ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিলে আৰক্ষীয়ে

◆ যোৰহাটৰ ৰাজপথত কালি সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ লগত জঢ়িত ১৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ◆ ১৩ হত্যাকাৰীৰ নাম ৰাজহুৱা কৰিছে অসম আৰক্ষীয়ে ◆ আৰক্ষীয়ে দিয়া তথ্য অনুসৰি ১৩ অভিযুক্তৰ নাম হৈছে – ১)সঞ্জু দাস ২)ৰাতুল দাস ৩)বিতোপন দাস ৪)মোহন দাস…

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাৰ তদন্ত

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা৷ এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে দাখিল কৰিব লাগিব চাৰ্জশ্বীট। খোদ জি পি সিঙে ব্যক্তিগতভাৱে তদাৰক কৰিব ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ। ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে…

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৰহাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস। নীৰজৰ লগতে তেওঁৰ ভাতৃ ভাইটী দাসকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে যোৰহাট টাউনৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ পিছতে এই ঘটনাৰ মূল…

কি সপোন আছিল অনিমেশৰ?

কি সপোন আছিল অনিমেশৰ?ফেচবুকত লিখিছে মুনমুন কলিতাই- “২ দিন আগলৈ এইয়া আছিল Animesh Bhuyanৰ সপোন। কিন্তু তাৰ সপোনক ভৰিৰে মোহাৰি,লথিয়াই,চৰিয়াই ভূ-লুণ্ঠিত কৰি পেলালে কেইটামান দুৰ্বৃত্তই। সপোন পূৰণ নকৰাকৈয়ে গুছি যাব লগীয়া হ’ল অনিমেষ। কেইটামান নৰপিশাচৰ আক্ৰমণত যোৰহাটৰ মাজমজিয়াত প্ৰাণ গ’ল…

আশ্চৰ্যজনকঃ এবছৰৰ পিছত হস্পিতালৰ পৰা উদ্ধাৰ হ’ল ক’ভিড ৰোগীৰ মৃতদেহ

মৃত্যুৰ এবছৰৰো অধিক সময়ৰ পিছত ESI ৰাজাজীনগৰ চিকিৎসালয়ৰ শৱগৃহত উদ্ধাৰ হল দুজনকৈ ক’ভিড-১৯ ৰোগীৰ মৃতদেহ। নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা কেপি অগ্ৰহৰাৰ মুনিৰাজু (৬২) আৰু চামাৰাজপেটৰ দুৰ্গা (৪০)ৰ মৃতদেহ ২০২০ চনৰ জুলাই মাহৰ পৰা পুৰণি…

ৰাজপথত আছু নেতাক মৰিয়াই মৰিয়াই হত্যা

◆ যোৰহাটৰ ৰাজপথত আছু নেতাক মৰিয়াই মৰিয়াই হত্যা ◆ সামান্য দুৰ্ঘটনাক কেন্দ্ৰ কৰি প্ৰায় ৫০ জন দুষ্কৃতিকাৰীয়ে প্ৰহাৰ কৰে আছু নেতা জনক ◆ ঘটনাস্থলীতে প্ৰাণ হেৰুৱালে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাই ◆ সংকট জনক অৱস্থাত যোৰহাট চিকিৎসা…

লোকসভাত বাতিল কৃষি আইন৷

লোকসভাত গৃহীত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।সদনৰ হুলস্থুলীয়া পৰিৱেশৰ মাজতে গৃহীত বিধেয়কখন।কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে উত্থাপন কৰিছিল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।বিধেয়কখন উত্থাপন কৰাৰ লগে লগে সদনত হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি।বিৰোধীয়ে আইনখনক লৈ আলোচনা হোৱাটো বিচাৰিছিল।ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক৷

কি চলিছে সংসদৰ শীতকালীন অধিবেশনত?

আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। আজিৰে পৰা ২৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শীতকালীন অধিৱেশন।৩৬খনকৈ বিধেয়ক উপস্থাপন কৰা হয় এই অধিৱেশনত।কৃষি আইন বাতিলৰ আনুষ্ঠিকতাও সম্পন্ন হব এই অধিবেশনত।অধিৱেশন আৰম্ভ হোৱা প্ৰাকমূৰ্হুতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংবাদমাধ্যমক সম্বোধন কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰ সকলো বিষয় আৰু…

আনৰ ঘৰত ৰান্ধনী হিচাপে কাম কৰা নাৱাজুদ্দিন চিদ্দিকি অভিনেতা হ’ল কেনেকৈ?

ভাৰতীয় ছবি জগতৰ এটা চিৰ পৰিচিত নাম হৈছে নাৱাজুদ্দিন চিদ্দিকি। নাৱাজুদ্দিন চিদ্দিকিৰ অভিনয় নোচোৱা চিনেমা প্ৰেমী হয়তো দেশত যথেষ্ট কমেই ওলাব। অনুৰাগ কাশ্যপৰ Gangs of Wasseypurত নাৱাজুদ্দিন চিদ্দিকিয়ে কৰা অভিনয়ে আজিও আকৰ্ষিত কৰে দেশৰ যুৱ চামক। কিন্তু কেনেকৈ অভিনয় জগতলৈ…

সুখবৰঃ আজিৰে পৰা আৰম্ভ হ’ব যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

◆ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাজুলী-যোৰহাট সংযোগী দলঙৰ প্ৰথমটো খুটাঁ পুতা অনুষ্ঠানত উপস্থিত থাকি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব ◆ মাজুলীৰ দক্ষিণপাটত দলঙৰ প্ৰথমটো খুঁটা পুতা অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব ◆ বহু আকাংক্ষিত…