মাহ নৱেম্বৰ 2021

অসম মেঘালয় সীমান্তত পুনৰ উত্তেজনা

দেওবাৰে অসম মেঘালয়ৰ সীমান্তৱৰ্তী এলাকাত পুনৰ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বকোৰ মালাঙৰ জয়পুৰত মেঘালয়ৰ একাংশ লোকে সংঘৰ্ষৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা বকোৰ জয়পুৰত উপস্থিত হোৱাৰ প্ৰকক্ষণত মন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাৰ মঞ্চৰ বেনাৰ পোষ্টাৰ…

ত্ৰিপুৰাত বিজেপিৰ বৃহৎ জয়ঃ আনন্দিত হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰা পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে মুঠ ২২২ খন আসনৰ ভিতৰত ২১৭ খন আসন লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে। এই ক্ষেত্ৰত সমুখৰ পৰা দল টোক নেতৃত্ব দিয়া বিপ্লৱ কুমাৰ দেৱক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই…

কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Wellbeing World 40 Under 40 সন্মান

◆ কটন বিশ্ববিদ্যলয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Business Worldৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে BW Wellbeing World 40 Under 40 সন্মান ◆ নতুন দিল্লীত বিশেষ সন্মিলনত এই সন্মান ড° মহন্তলৈ ◆ ভাৰতৰ Wellbeing Industryৰ ৪০ প্ৰভাৱশালী লোকক এই বঁটা…

শ্বাৰ্জিল ইমামৰ জামিন মঞ্জুৰ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

এলাহাবাদ উচ্চ ন্যায়ালয়ে শনিবাৰে ২০১৯ চনত আলিগড় মুছলিম বিশ্ববিদ্যালয়ত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদত উছতনি মূলক ভাষণ দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা শ্বাৰ্জিল ইমামক জামিন প্ৰদান কৰে। উল্লেখযোগ্য যে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ দয়াল সিঙে এই জামিন মঞ্জুৰ কৰে। ইমামৰ…

দেশত পুনৰ এদিনতে ক’ভিডত আক্ৰান্ত ৮৭৭৪ গৰাকীঃ চিকিৎসাধীন ১.০৫ লাখ ৰোগী

পুনৰ ভয়ানক ৰূপত আহিছে ক’ভিড। দেশত বিগত ২৪ ঘণ্টাত ৮৭৭৪ গৰাকী নতুন ক’ভিড ৰোগী চিনাক্ত কৰা হৈছে। তদুপৰি মৃত্যু হৈছে ৬২১ গৰাকী লোকৰ। ইয়াকে ধৰি বৰ্তমানলৈকে দেশত মুঠ ৩,৪৫,৭২,৫২৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। আনহাতে মৃত্যুৰ সংখ্যা ৪,৬৪,৫৫৪ লৈ বৃদ্ধি…

আপোনাৰ মেডিক্লেইম(স্বাস্থ্য বীমা)পলিচি আছেনে?

বিপুল কলিতা জীৱন বীমা কৰোৱা মানুহ দেখিলে দুৰতে নমস্কাৰ কৰিব খোজা ভাৰতীয় মানুহৰ এটা মানসিকতা আছে।আনফালে আমেৰিকা কে ধৰি বিশ্বৰ উন্নত দেশ সমুহ জীৱনবীমা বাধ্যবাধক আৰু প্ৰত্যেক পৰিয়ালৰ অবিচ্ছেদ্য অংগ।যিদৰে ভাৰতত আপোনাৰ বাহনখনৰ বীমা কৰোৱাতো বাধ্যতামূলক তেনেদৰে সেই দেশসমূহত নুন্যতম…

নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই

অসম মাধ্যমিক শিক্ষা পৰিষদে অক্টোবৰ মাহত একেটা শ্ৰেণীত অৱতীৰ্ণ হ’ব নোৱাৰা নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এক বিশেষ ছয়মহীয়া পৰীক্ষা অনুষ্ঠিত কৰিব। ছেবাই এক জাননী যোগে প্ৰকাশ কৰিছে যে বিদ্যালয়সমূহে অক্টোবৰত অনুষ্ঠিত কৰোৱা পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰা সকলৰ বাবে…

ক’ভিডৰ নতুন ভেৰিয়েণ্ট প্ৰতিৰোধ কৰাৰ বাবে কি ব্যৱস্থা লৈছে ভাৰত চৰকাৰে?

বিশ্বজুৰি কভিডৰ দ্বিতীয় ঢৌৰ আতংক অব্যাহত থকাৰ মাজতে নতুনকৈ পোহৰলৈ আহিছে আন এটা ক’ভিড ভেৰিয়েণ্ট। শুক্ৰবাৰে এক বিবৃতি যোগে বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ নতুন প্ৰকাৰটোক গ্ৰীক বৰ্ণমালাৰ আখৰ ওমাইক্ৰন নাম দি ক’ভিডৰ এটা উদ্বেগজনক প্ৰকাৰ হিচাপে মনোনীত কৰিছে। বিশ্বব্যাপী দেশ…

মানুহ কমিব ভাৰতত!

দেশত জনসংখ্যা বৃদ্ধিৰ সলনি এতিয়া কমিছেহে নেকি?জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে চৰকাৰে হাতত লোৱা পৰিয়াল পৰিকল্পনা আদিৰ প্ৰয়োজনীয়তা নোহোৱা হৈ আহিছে নেকি?অসম আৰু উত্তৰ প্ৰদেশে জন্মনিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়নৰ চিন্তা চর্চা কৰিছে৷মুছলমান জনসংখ্যা বৃদ্ধিক লৈও সৰৱ চর্চা চলিছে৷কিন্তু এইবোৰৰো প্ৰয়োজনীয়তা এতিয়া নোহোৱা…

কি আছে মমতাৰ মিশ্যন মুম্বাইত?

মমতা বেনার্জীয়ে এটা নতুন সমীকৰন আবিস্কাৰ কৰিছে৷দিল্লীলৈ গৈ ছোনীয়া গান্ধীক সাক্ষাৎ নকৰা মমতা বেনার্জীয়ে,এইবাৰ মুম্বাইলৈ গৈ সাক্ষাৎ কৰিব উদ্ধব থাকৰে আৰু শৰদ পাৱাৰক৷মমতা বেনার্জী সোনকালেই মুম্বালৈ যাব আৰু পূর্বৰ ইগ’ পৰিহাৰ কৰি শৰদ পাৱাৰক সাক্ষাৎ কৰিব৷শৰদ পাৱাৰেও সংসদৰ শীতকালীন অধিবেশন…