মাহ নৱেম্বৰ 2021

বিদ্যুৎ সংশোধনী বিধয়েকক লৈ কিয় ইমান চৰ্চা?

কৃষি আইন গল৷থাকিল কা৷এইবাৰ আহিব এখন নতুন আইন৷২৯ নবেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিবেশন৷এই অধিবেশনতেই মোদী চৰকাৰে উত্থাপন কৰিব আন এখন জনবিৰোধী বিধেয়ক৷নাম বিদ্যুৎ সংশোধনী বিধেয়ক ২০২১। সংসদত উত্থাপনৰ পূর্বেই বির্তকত বিদ্যুৎ সংশোধনী বিধেয়ক৷পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ইতিমধ্যে এই বিধেয়ক খন…

‘হিন্দী বলয়ৰ হেঁচাত বিসর্জন দিয়া হ’ল অসমীয়া ভাষাক !’

লোকসভা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ সন্দর্ভত Fight Against Injustice of APSC প্ৰতিক্ৰিয়া৷ Fight Against Injustice of APSC ৰ অভিযোগ-“চৰকাৰে নিজৰ ভুলৰ বাবে হোৱা আইনী মেৰপেঁচ তথা জটিলতাৰ পৰা হাত সাৰিবলৈকে প্ৰত্যাসাৰ কৰিলে যোগ্যতামূলক কাকতখনো ৷ অসমীয়া ভাষাৰ প্ৰতি নূন্যতম…

ভাৰতত আৰম্ভ হ’ব ৰিমোট ভোটিঙ

ই ভি এমক লৈ সততে উত্থাপন হয় টেম্পাৰিঙৰ অভিযোগ ৷ এই অভিযোগৰ বাট বন্ধ কৰিবলৈ নিৰ্বাচন আয়োগে লৈছে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ এই পদক্ষেপ অনুসৰি ভাৰতত আৰম্ভ হ’ব ৰিমোট ভোটিঙ ৷ ইয়াৰ ফলত ঘৰৰ পৰা আঁতৰত থকা কোনো লোকে ভোট…

এটা বছৰ সম্পূৰ্ণ কৃষক বিদ্ৰোহৰ-

আজি ঐতিহাসিক কৃষক বিদ্ৰোহৰ এটা বছৰ সম্পূৰ্ণ হল।এটা বছৰৰ প্ৰাক ক্ষণত ঐতিহাসিক বিজয় সাব্যস্ত কৰিলে কৃষক বিদ্ৰোহে।কৃষকৰ বিদ্রোহত নতশিৰ কৰি মোদী চৰকাৰে বাতিল কৰিলে তিনি আইন।এই আইন তিনিখন আছিল ক্ৰমান্বয়ে– কৃষকৰ দ্বাৰা উৎপাদিত কৃষিজাত সামগ্ৰীৰ বাণিজ্য অথবা বাণিজ্য সম্পৰ্কীয় আইন…

উত্তৰ প্ৰদেশৰ বুলি বিজেপি মন্ত্ৰীয়ে শ্বেয়াৰ কৰিলে বেইজিঙৰ বিমাবন্দৰৰ ফটো

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে নয়দাৰ জেৱৰত এটা বিশাল বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে ৷কিন্তু একেসময়তে ভাৰতীয় জনতা পাৰ্টীৰ কিছুসংখ্যক নেতাই এটা বিমানবন্দৰৰ ফটো শ্বেয়াৰ কৰি সেয়া জেৱৰ বিমান বন্দৰ বুলি অভিহিত কৰে ৷ কিন্তু ততালিকে সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ পৰা প্ৰত্যুত্তৰ আহে…

কেনে চলিছে ক্ৰিপ্টোকাৰেন্সীৰ বেহা

বৰ্তমান সময়ত দেশত এটা বহুল চৰ্চিত বিষয় হৈছে ক্ৰিপ্টোকাৰেন্সী। আনকি ক্ৰিপ্টোকাৰেন্সীত ধন বিনিয়োগ কৰি এদিনতে কোটিপতি হোৱাৰ নজীৰো ভাৰতত আছে। কিছু সংখ্যক ব্যক্তিগত কোম্পানীয়ে এই ক্ৰিপ্টোকাৰেন্সী নিয়ন্ত্ৰণ কৰে। এই বিশেষ ডিজিটেল মুদ্ৰা বিধৰ বাস্তৱত কোনো অস্তিত্ব নাই। যাৰ বাবে এতিয়া…

মেঘালয়ত মমতা বাহিনীৰ চমক- ১২ কংগ্ৰেছী বিধায়ক তৃণমূললৈ

মেঘালয় কংগ্ৰেছত মোক্ষম আঘাত৷কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছলৈ ১২ জন বিধায়ক৷উল্লেখনীয় যে,মেঘালয় বিধানসভাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছত আছিল ১৮ জন বিধায়ক৷ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমাসহ ১২ জন বিধায়কৰ তৃণমূল গমনে এতিয়া ৰাজ্যখনত কংগ্ৰেছ নিশকতিয়া কৰি তোলাৰ বিপৰীতে এই ঘটনা দেশৰ ৰাজনীতিত…

কবি সনন্ত তাঁতি আৰু নাই—

অসমীয়া কাব্য সাহিত্যৰ এক উজ্জ্বল নক্ষত্ৰ, সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট কবি সনন্ত তাঁতিৰ নিশা ১.০৫ মিনিটত নতুন দিল্লীত দেহাৱসান হয়।কবি সনন্ত তাঁতিৰ নশ্বৰ দেহ আজি নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়া যোগে গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰিছে চৰকাৰে।বিশিষ্ট কবিগৰাকীৰ বিয়োগত মুখ্যমন্ত্ৰী ডঃ…

খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?

ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ পেলাইছে। তদুপৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি হোৱাৰ…

কৃষকে কিদৰে বাধ্য কৰাই আহিছে চৰকাৰক?

প্ৰধানমন্ত্ৰী নৰেন্দ্রমোদীয়ে অৱশেষত কেন্দ্ৰীয় চৰকাৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন কৰা কৃষকসকলৰ ওচৰত নমস্কাৰ জনাই আইনকেইখন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী মোডীয়ে নিজেই ১৯ নৱেম্বৰত দেশবাসীৰ সন্মুখত এই কথা ঘোষণা কৰে।যোৱা ৭ বছৰত এইটোৱেই প্ৰথম যে নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী…