‘হিন্দী বলয়ৰ হেঁচাত বিসর্জন দিয়া হ’ল অসমীয়া ভাষাক !’

Share This Article

লোকসভা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্যাহাৰ সন্দর্ভত Fight Against Injustice of APSC প্ৰতিক্ৰিয়া৷ Fight Against Injustice of APSC ৰ অভিযোগ-“চৰকাৰে নিজৰ ভুলৰ বাবে হোৱা আইনী মেৰপেঁচ তথা জটিলতাৰ পৰা হাত সাৰিবলৈকে প্ৰত্যাসাৰ কৰিলে যোগ্যতামূলক কাকতখনো ৷ অসমীয়া ভাষাৰ প্ৰতি নূন্যতম সন্মান নথকা এচাম অসমীয়াৰ লগতে হিন্দী বলয়ৰ হেঁচাত বিসর্জন দিয়া হ’ল অসমীয়া ভাষাক ৷চৰকাৰৰ এই সিদ্ধান্তই অকল অসমীয়া ভাষাৰেই অপূৰণীয় ক্ষতি কৰা নাই বৰং কেন্দ্ৰীয় লোকসভা আয়োগৰ আর্হিৰ পৰীক্ষাৰ আত্মাক আঘাট সানিলে ৷ “

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.