কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Wellbeing World 40 Under 40 সন্মান

Share This Article

◆ কটন বিশ্ববিদ্যলয়ৰ অধ্যাপিকা ড° ডিম্পী মহন্তলৈ BW Business Worldৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে BW Wellbeing World 40 Under 40 সন্মান

◆ নতুন দিল্লীত বিশেষ সন্মিলনত এই সন্মান ড° মহন্তলৈ

◆ ভাৰতৰ Wellbeing Industryৰ ৪০ প্ৰভাৱশালী লোকক এই বঁটা প্ৰদান কৰা হৈছে

◆ দেশৰ ৪০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত ড° মহন্ত অন্তৰ্ভুক্ত হোৱাক লৈ এতিয়া আনন্দিত ৰাজ্যবাসী

◆ কটন বিশ্ববিদ্যালয়টো খবৰটো ৰাজহুৱা হোৱাৰ পিছতে বৈছে আনন্দৰ বন্যা

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.