কি চলিছে সংসদৰ শীতকালীন অধিবেশনত?

Share This Article

আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন। আজিৰে পৰা ২৫দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শীতকালীন অধিৱেশন।৩৬খনকৈ বিধেয়ক উপস্থাপন কৰা হয় এই অধিৱেশনত।কৃষি আইন বাতিলৰ আনুষ্ঠিকতাও সম্পন্ন হব এই অধিবেশনত।অধিৱেশন আৰম্ভ হোৱা প্ৰাকমূৰ্হুতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সংবাদমাধ্যমক সম্বোধন কৰে।প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰ সকলো বিষয় আৰু সমস্যাৰ ওপৰত আলোচনা কৰিবলৈ সাজু। বিৰোধীৰ সকলো প্ৰশ্ন শান্তিৰে উত্তৰ দিবলৈ সাজু চৰকাৰ। মুঠৰ ওপৰত আমি সকলো বিষয়ৰ ওপৰত মুকলিকৈ আলোচনা কৰিবলৈ সাজু।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.