Browsing Category
Uncategorized
কৰ্ণাটক হ’ব PFI ময় !
কৰ্ণাটকৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৩ টা দিন ।নিৰ্বাচনী প্ৰচাৰ চলিছে সম্পূৰ্ণ আগ্ৰাসী ৰূপত।শাসক দলৰ প্ৰচাৰৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছো পিছ পৰি থকা নাই।কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে শনিবাৰে উপস্থিত হয় অসমা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব…
‘চাচ ভী কভী বহু থী’ৰ বহুৰ অৱস্থা কৰ্ণাটকত তথৈবচ !
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ অত্যন্ত ব্যস্ত।যাকে যেনেকৈ পাৰিছে ,তেনেকৈয়ে প্ৰতিশ্ৰুতি দিছে,ভোট দিয়াৰ আহ্বান জনাইছে ।কিন্তু নাই স্মৃতি ইৰাণীৰ প্ৰতিশ্ৰুতিত ভোটাৰৰ কাণ মন নাই৷সেয়ে এইবাৰ বাচি ল’লে ধৰ্মৰ…
আপুনি নজনাকৈয়ে আপোনাৰ মূৰৰ ওপৰত বাঢ়িছে ধাৰৰ বোজা!
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দিশপুৰ ধাৰত পোত গৈছে। আকৌ ১০ হাজাৰ কোটি টকাৰ ধাৰ ল'ব অসম চৰকাৰে। এনে ধাৰৰ কেৱল সূতৰ পৰিমাণেই যোৱা ৭ বছৰত হৈছেগৈ ৩৪,২৭৪.৫৯ কোটি টকা। বিজেপি চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰে পৰা কেৱল ঋণ লৈছে। ৰিজাৰ্ভ বেংকৰ জৰিয়তে…
পুনৰ সংকটত বিবিচি !
নতুন দিল্লীৰ এখন আদালতে বিবিচি,উইকিপিডিয়া ফাউণ্ডেচন আৰু ইণ্টাৰনেট আৰ্কাইভৰ বিৰুদ্ধে পুনৰ জাৰি কৰিছে চমন।বিজেপিৰ এগৰাকী সদস্য বিনয় কুমাৰ সিঙৰ এক আৱেদনৰ ভিত্তিত দিল্লীৰ আদালতে এই চমন জাৰি কৰিছে।নাম উল্লেখ নকৰাকৈ বিনয় কুমাৰ সিঙৰ আৱেদনত লিখা…
ওলাব নোৱাৰা চক্ৰবেহুত ক্ৰমাৎ সোমাই পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ
হিতাধিকাৰী আঁচনি সৃষ্টিৰে নিজৰ জয়গান গোৱা বিজেপি চৰকাৰে আকৌ ঋণ ল'ব। ৰাজকোষ উদং হৈ পৰা বিজেপি চৰকাৰে কেৱল ঋণৰ জৰিয়তেই গাইছে উন্নয়নৰ জয়গান। ইটোৰ পাছত সিটোকৈ হিতাধিকাৰী আঁচনি সৃষ্টি কৰি ৰাজকোষ খালী হৈ পৰিছে অসম চৰকাৰৰ। এতিয়া পুনৰ ঋণ ল'বলৈ সাজু…
পুনৰ ছুপ্ৰিম কৰ্টৰ ৰোষত মোডী চৰকাৰ !
ED ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰক পুনৰ একেটা পদবীতে ৰাখি থকা বিষয়টোক লৈ কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছে উচ্চতম ন্যায়ালয়ে।সঞ্জয় কুমাৰ মিশ্ৰক কেন্দ্ৰীয় চৰকাৰে ' অপৰিহাৰ্য’ বুলি কিয় বিবেচনা কৰি আহিছে বুলি প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ে।ন্যায়াধীশ বি…
কেৱল ভোটতেই সীমাবদ্ধ প্ৰধানমন্ত্ৰীৰ দেশপ্ৰেম !
কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনলৈ চাৰি দিন থকা অৱস্থাত অৰ্থাৎ অহা ৬ মে’ত বিজেপিয়ে ৩৬ কিলোমিটাৰ জোৰা ৰ’ড শ্ব আৰম্ভ কৰিব।এই ৰ’ড শ্ব’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল’ব আৰু এই ৰ’ড শ্ব’ই মুঠ ১৮ টা বিধানসভা সমষ্টিক সামৰি ল’ব।বিজেপিৰ ল’মেকাৰ পি চি…
ৰংঘৰে দুৱাৰ আৰু নেমেলিব !
৬০০ বছৰীয়া আহোম ৰাজত্বৰ শৌৰ্য্য বীৰ্যৰ প্ৰতীক ৰংঘৰৰ ঐতিহ্যত ঘূণে ধৰিছে।ৰংঘৰত শব্দ আৰু পোহৰৰ প্ৰতিফলন ঘটাই সৃষ্টি কৰা হৈছে ধৰ্মীয় চিহ্ন আৰু ৰাজনীতিকৰ প্ৰতিচ্ছবি !এছিয়াৰ ভিতৰতে প্ৰথম পেভিলিয়ন হিচাপে খ্যাত ৰংঘৰৰ ওপৰত চলোৱা 'অনাকাংক্ষিত…
বাহিৰত কেটেৰাজেঙেৰা ভিতৰি বিজেপিলৈ বেথা তৃণমূলৰ
মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে এক নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখিছে আন বিৰোধী দলৰ পৰা ।ঐক্যবদ্ধ বিৰোধীৰ লগত নাই তৃণমূল কংগ্ৰেছ।এই অভিযোগ কংগ্ৰেছ দলৰ।গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত ঐক্যবদ্ধ বিৰোধীয়ে দাবী কৰি থকা JPC অৰ্থাৎ…
কংগ্ৰেছৰ ৱৰ্কিং কমিটিত কোন?
ৰাহুল গান্ধীৰ হাতত ধৰিয়েই কানহায়া কুমাৰ আহিছিল কংগ্ৰেছলৈ।বিজেপিয়ে কানহায়া কুমাৰক টুকৰে টুকৰে গেঙৰ সদস্য বুলি প্ৰায়ে সমালোচনা কৰে।সেই টুকৰে টুকৰে গেঙৰ সদস্যকে এইবাৰ কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব দলটোৱে।ৰাহুল গান্ধীৰ…