Investigative reporting with dedication.
সিন্ধিয়াই বিজেপিত খান্দিছে সিন্ধি !

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত। ২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত ! তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক অকল্পনীয়…










