Investigative reporting with dedication.
অন্তিম শয়নৰ স্থানতো বেদখল

অভয়াপুৰীত শ্মশানৰ ভূমি অবৈধভাৱে দখলৰ চেষ্টা একাংশ লোকৰ।২৫ বছৰ ধৰি শ্মশান হিচাপে ব্যৱহাৰ কৰা ভূমি দখলৰ চেষ্টা ।অভয়াপুৰীৰ উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাবাৰী চতুৰ্থ খণ্ডত এই ঘটনা সংঘটিত হৈছে।ভূমি দখলকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ।ভূমি দখলমুক্ত কৰিবলৈ দাবী প্ৰতিবাদী ৰাইজৰ ।কাৰ…










