Investigative reporting with dedication.
ওলাব নোৱাৰা চক্ৰবেহুত ক্ৰমাৎ সোমাই পৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ

হিতাধিকাৰী আঁচনি সৃষ্টিৰে নিজৰ জয়গান গোৱা বিজেপি চৰকাৰে আকৌ ঋণ ল’ব। ৰাজকোষ উদং হৈ পৰা বিজেপি চৰকাৰে কেৱল ঋণৰ জৰিয়তেই গাইছে উন্নয়নৰ জয়গান। ইটোৰ পাছত সিটোকৈ হিতাধিকাৰী আঁচনি সৃষ্টি কৰি ৰাজকোষ খালী হৈ পৰিছে অসম চৰকাৰৰ। এতিয়া পুনৰ ঋণ ল’বলৈ…









