শ্ৰেণী Uncategorized

আজি ১০ মে’ৰ দিনটোত পানীপথ আৰু নেলচন মেণ্ডেলাৰ জীৱনত কি ঘটিল?

ইতিহাসত প্ৰতিটো দিনৰে থাকে পৃথক বৈশিষ্ট্য৷ কিন্তু আজি ১০ মে’ৰ দিনটো বছৰৰ আন দিন বিলাকতকৈ বহু পৃথক৷ আজিৰ এই দিনটোতে আৰম্ভ হৈছিল পৰাধীনতা আৰু স্বাধীনতাৰ দুখন পৃথক সংগ্ৰাম৷ জানি লওঁ আহক বিশেষ ঘটনা কেইটাৰ বিষয়ে- ১৫০৩: কলম্বাছে খোজ দিলে কায়মান…

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক’ৰোলোৰ সংক্ৰমণ বেছি বা কম হলে কোনো ৰাজ্যৰ সফলতা বা বিফলতা বুলি ধৰা নহ’ব। কিন্তু…

ক’ৰোনাৰ ত্ৰাস- ‘চুপাৰ পাৱাৰ’আমেৰিকাত অজস্ৰ শিশুৰ বাবে ঘটিছে খাদ্যৰ অভাৱ

কোৰোণাৰ ত্ৰাসত তছনছ হৈছে বিশ্বৰ অৰ্থনীতি। পুঁজিপতি দেশসমূহো হাৰি যোৱা নাই এই ত্ৰাসৰ পৰা। বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ আভ্যন্তৰীণ অৰ্থনৈতিক পৰিকাঠামোত তীব্ৰ কোব সোধাইছে। শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশিত অনুসৰি আমেৰিকাত দেখা দিছে খাদ্য সংকটে। বিশেষকৈ ১২বছৰৰ ভিতৰৰ শিশুসকল ভুগিছে ঘৰুৱা…